সাক্ষ্যদানৰ বাবে চমন জাৰি কৰা হ’ব ছিংগাপুৰৰ প্রবাসী অসমীয়াক
প্রাণৰ শিল্পী জুবিন গার্গ হত্যাৰ বিচাৰ প্রক্রিয়াত সাক্ষ্য দিবলৈ ছিংগাপুৰৰ প্রবাসী অসমীয়াসকল ফাষ্টট্রেক আদালতত হাজিৰ হ’বই লাগিব৷ আদালতত বিচাৰ প্রক্রিয়া অব্যাহত থকাৰ সময়তে এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে চৰকাৰী লোক অধিবক্তা জিয়াউল কামাৰে৷…