টিহুবাসীৰ স্বপ্নপূৰণ : ডেৰ দশকৰ বিৰতিত মুকলি গান্ধী ভৱন ছবি আৰু প্ৰেক্ষাগৃহ
ডেৰ দশকৰ বিৰতিৰ পাছত নতুন ৰূপেৰে মুকলি কৰা হল টিহুৰ গান্ধী ভৱন ছবি আৰু প্ৰেক্ষাগৃহ। মুখ্যমন্ত্ৰীৰ অনুদানেৰে ন ৰূপত জিলিকি উঠিল ছবিগৃহ আৰু প্ৰেক্ষাগৃহটো।
উল্লেখ্য যে ছবিগৃহটোত কাইলৈৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে…