ৰঙামাটিত ৫২০০ গছি বন্তি প্ৰজ্বলনেৰে জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ
জুবিন গাৰ্গবিহীন এটা মাহ সম্পূৰ্ণ হল। অকালতে হেৰাই গ'ল অসমীয়াৰ প্ৰাণস্পন্দন, হিয়াৰ আমঠু কন্ঠ শিল্পী জুবিন গাৰ্গ। আজিও সমগ্ৰ ৰাজ্য শোকস্তব্দ। জুবিন গাৰ্গৰ মৃত্যুৰ লগত নাম সাঙোৰ খোৱা ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে যদিও…