নামচাইত সেনা-আলফা (স্বাঃ)ৰ সংঘৰ্ষ : নিহত আলফা কেডাৰ আইয়ান অসম
কালি নিশা অৰুণাচল প্ৰদেশৰ নামচাই অঞ্চলত সেনা-আলফাৰ মাজত সংঘটিত হয় এক ভয়াবহ সংঘৰ্ষ। নামচাই অঞ্চলৰ পাৰ্শ্বৱৰ্তী ছয়মাইলত সংঘটিত সংঘটিত এই সংঘৰ্ষত আলফা স্বাধীনৰ এজন সদস্য নিহত হয়।
জানিব পৰা মতে উক্ত অঞ্চলত এক ৭/৮ জনীয়া আলফা স্বাধীনৰ দলে…