নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বিলাসীপাৰাত মটৰচাইকেল আৰোহী প্ৰবক্তাক মহটিয়াই নিলে তীব্ৰবেগী আল্ট্ৰা বাছে

বিলাসীপাৰাৰ সূৰ্যখাতাত ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ভয়াৱহ এই দুৰ্ঘটনাত এগৰাকী প্ৰবক্তাই প্ৰাণ হেৰুৱাবলগীয়া হয়। তীব্ৰবেগী আল্ট্ৰা বাছৰ দৌৰাত্ম্যই জনসাধাৰণক নিজৰ জীৱনক লৈ শংকিত কৰি ৰখাৰ সময়তে এখন যাত্ৰীবাহী তীব্ৰ বেগী…

অপাৰেচন সিন্দূৰ মাত্ৰ এক ট্ৰেইলাৰ, পাকিস্তান এতিয়া ব্ৰাহ্মোছৰ ৰাডাৰত

লক্ষ্ণৌৰ ব্ৰাহ্মোছ এয়াৰ’স্পেচ ইউনিটৰ অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি এক ডাঙৰ ঘোষণা কৰে। তেওঁ কয় যে অপাৰেচন সিন্দূৰে ভাৰতৰ শক্তি আৰু আত্মনিৰ্ভৰতাৰ প্ৰমাণ সম্পূৰ্ণ বিশ্বৰ আগত দাঙি ধৰিছে। তেওঁ লগতে উল্লেখ কৰে— পাকিস্তানৰ প্ৰত্যেক…

‘মোৰ যেতিয়াই জুবিনক কিবা ক’বলগীয়া থাকে, মই তেতিয়াই আহিম…’

কাইলৈ এমাহ হ'ব প্ৰিয় মানুহজনক হেৰুওৱাৰ... বিগত ২৯টা দিনে দুচকুৰে নিগৰিছে কেৱল চকুলো। প্ৰাণাধিক আপোন মানুহজনক হেৰুওৱাৰ বেদনাত প্ৰতিটো পল পাৰ কৰিব লগা হৈছে গৰিমাই। লগতে প্ৰতিক্ষণ ন্যায়প্ৰাপ্তিৰ যুঁজখনত অৱতীৰ্ণ হৈছে গৰিমা শইকীয়া গাৰ্গ। প্ৰিয়…

BJP–BPFৰ মিত্ৰতা চূড়ান্ত, শান্তি-সমন্বয়ৰ দিশত নতুন অধ্যায়

ভাৰতীয় জনতা পাৰ্টী (BJP) আৰু বড়োলেণ্ড পিপল্‌ছ ফ্ৰণ্ট (BPF)-ৰ মাজত পুনৰ মিত্ৰতা চূড়ান্ত হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে যে BTRৰ ১৫খন বিধানসভা আসনক লৈ দুয়ো পক্ষৰ মাজত ইতিমধ্যেই বুজাবুজি সম্পন্ন হৈছে। মুখ্যমন্ত্ৰী ড০…

হয়, মই বিশ্বকাপ খেলিব বিচাৰোঁ… অনুৰাগীলৈ বাৰ্তা হিটমেনৰ

ৰোহিত শর্মাই ২০২৭ চনৰ এদিনীয়া বিশ্বকাপ খেলাৰ বিষয়ে নিজৰ মতামত প্ৰকাশ কৰিছে। তেওঁ কৈছে যে তেওঁ ২০২৭ৰ বিশ্বকাপ খেলিব বিচাৰে। বৰ্তমানে ৰোহিত অষ্ট্ৰেলিয়াত আছে, য'ত কাইলৈৰ পৰা ভাৰতীয় দলে অষ্ট্ৰেলিয়াৰ বিপক্ষে তিনিখন এদিনীয়া মেচ খেলিব। ৰোহিতৰ…

পৰ্যটকৰ দৰ্শনৰ বাবে মুকলি কাজিৰঙা-ৰ অগৰাতলি বনাঞ্চল

আজিৰে পৰা পৰ্যটকৰ দৰ্শনৰ বাবে মুকলি হ'ল কাজিৰঙা অগৰাতলি বনাঞ্চল। দেশী-বিদেশী পৰ্যটকৰ লগতে অগৰাতলি বনাঞ্চল মুকলি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে জাৰ্মানীৰ পৰ্যটক। মন্ত্ৰী অতুল…

কৃষি আৰু কৃষক কল্যাণ বিভাগত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১০ ডিচেম্বৰ  কৃষি আৰু কৃষক কল্যাণ বিভাগৰ অধীনত খালী হোৱা ২টা পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

আছাম বিশ্ববিদ্যালয়ত স্থাপন হ’ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি, প্ৰেক্ষাগৃহৰ নামকৰণো হ’ব…

আছাম বিশ্ববিদ্যালয়ত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব। লগতে নিৰ্মীয়মাণ ৫০০ আসনবিশিষ্ট প্ৰেক্ষাগৃহ জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰা হ'ব। বিশ্ববিদ্যালয়খনৰ এগজিকিউটিভ কাউন্সিলৰ ১৭৬ সংখ্যক বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে।…

পাকিস্তানৰ বিমান আক্ৰমণত নিহত আফগানিস্তানৰ ৩ ক্ৰিকেটাৰ

পাকিস্তান-আফগানিস্তান সীমান্তত অধিক অশান্তময় পৰিস্থিতি বিৰাজ কৰি থকাৰ মাজতে আফগানিস্তানত হঠাৎ বিমান আক্ৰমণ চলালে পাকিস্তানে। শুকুৰবাৰৰ পাকিস্তানী সেনাৰ আক্ৰমণত ৩জন আফগান ক্ৰিকেটাৰকে ধৰি কমেও ৮জনৰ মৃত্যু হৈছে। পাকিস্তানৰ এই ঘৃণনীয় আক্ৰমণৰ…

হঠাৎ অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিত হঠাৎ অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল কৰা হৈছে। এইক্ষেত্ৰত জ্যেষ্ঠ আৰক্ষী অধীক্ষক, আৰক্ষী অধীক্ষক পৰ্যায়ৰ ৩৬ বিষয়াক ৰদ-বদল কৰা হৈছে। এইসকলৰ ভিতৰত শ্ৰীভূমিৰ এছ এছ পি পাৰ্থ প্ৰতিম দাসক কাছাৰলৈ বদলি কৰা…