নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বিহাৰমুখী গৰীব ৰথ এক্সপ্ৰেছত লাগিল জুই

পঞ্জাবৰ চৰহিন্দ ৰেল ষ্টেচনৰ ওচৰত আজি এটা ডাঙৰ ৰেল দূৰ্ঘটনা সংঘটিত হয়।। অমৃতসৰৰ পৰা সহৰছালৈ যোৱা গৰীব ৰথ এক্সপ্ৰেছত আকস্মিকভাৱে জুই জ্বলি উঠাত যাত্ৰীৰ মাজত হাহাকাৰ লাগে। এই ঘটনাটো যেতিয়া ঘটে তেতিয়া, যেতিয়া ৰেলখন আম্বালাৰ পৰা…

বিহাৰ বিধানসভা নিৰ্বাচন : প্ৰথম পৰ্যায়ত ১,২৫০ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

বিহাৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া কালি সম্পন্ন হৈছে। এই সময়ছোৱাত শাসক দল ৰাষ্ট্ৰীয় গণতান্ত্ৰিক জোঁট (NDA) আত্মবিশ্বাসেৰে নিৰ্বাচনী অভিযান চলাইছে, কিন্তু ‘ইণ্ডিয়া’ জোটত বিভ্ৰান্তিৰ পৰিস্থিতি দেখা…

ন্যায় যুদ্ধ

আশংকা কৰাৰ দৰেই অসমৰ হিয়াৰ আমঠু জুবিন গার্গৰ মৃত্যুৰ ৰহস্যক লৈ ৰাজনীতিৰ লেতেৰা খেল আৰম্ভ হৈ গৈছে৷ আশংকা কৰাৰ দৰেই জুবিনৰ মৃত্যুৰ ন্যায়ৰ আন্দোলন ক্রমাৎ হিংসাত্মক হৈ পৰিছে৷ ধূসৰতা আঁতৰি ক্রমশঃ স্পষ্ট হৈছে এই হিংসাৰ আঁৰত এচামৰ ৰাজনৈতিক…

আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল (১৮ অক্টোবৰ, ২০২৫)

আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল (১৮ অক্টোবৰ ২০২৫)আজিৰ দিনটোৱে কেইবাটাও ৰাশিৰ বাবে নতুন আশাৰ বতৰা লৈ আহিব। কেৰিয়াৰ, ধন, স্বাস্থ্য আৰু পৰিয়ালিক জীৱনত কোনে লাভৰ সোপান ৰচিব আৰু কোনে সাৱধান হ'ব লাগিব — চাওঁ আহক আজিৰ দিনটোৰ ৰাশিফল- মেষ ৰাশি…

টংলা উচ্চতৰ মাধ্যমিকত স্বাস্থ্য শিবিৰ অনুষ্ঠিত

ৰাজ্য চৰকাৰৰ সেৱাই সমৰ্পন কাৰ্যসূচীৰ অংশস্বৰূপে আজি টংলা বিধানসভা সমষ্টিৰ অন্তৰ্গত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত "শুশ্ৰুষা সেতু" শীৰ্ষক এখনি বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। ১৮ বছৰৰ তলৰ শিশু আৰু কিশোৰ--কিশোৰী সকলক চিকিৎসা…

প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস উদযাপন, মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ আধাৰ হওক প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় : ড° হিমন্ত বিশ্ব শৰ্মা ব্যক্তি নিৰ্মাণৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণৰ কেন্দ্র হ’ব প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় : সুৰেশ চোনী প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ চতুৰ্থ…

জুবিনবিহীন ২৮টা  দিন : সোণাপুৰৰ সমাধি ক্ষেত্ৰত অমৃতকণ্ঠলৈ ৰাহুল গান্ধীৰ শ্ৰদ্ধাঞ্জলি

জাতি নাই, ধৰ্ম নাই ৷ কেৱল মানুহ আৰু মানুহ ৷ সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ হৈ পৰিছে সমন্বয়ৰ প্ৰতীক ৷ সকলোৰে মৰমৰ আপোন শিল্পীজনে চিৰবিদায় লোৱাৰ ২৮টা দিনৰ পিছতো অনুৰাগীৰ চকুত চকুলো ৷ অসহনীয়- কোনেও চিৰবিদায় দিব পৰা নাই আপোন শিল্পীজনক ৷…

কাইলৈ কাতি বিহু : আউনীআটী সত্ৰত প্ৰজ্বলিত হ’ব ২১ যোৰা আকাশ বন্তি

কাইলৈ ৰাজ্যবাসীয়ে পালন কৰিব অসমীয়াৰ বাপতিসাহোন কাতি বিহু । মাজুলীতো কাতি বিহুৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। মাজুলীৰ আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰত ঐতিহ্য-পৰম্পৰা ৰক্ষা কৰি কাইলৈ প্ৰজ্বলন কৰিব আকাশ বন্তি। ঐতিহাসিক আউনীআটী…

কেৰালাৰ বেংকৰ ২৭ কোটি টকা হৰলুকী : লাহৰীঘাটত ধৃত কুখ্যাত চাইবাৰ অপৰাধী

চাইবাৰ অপৰাধৰ হাব হিচাপে পৰিচিত মৰিগাঁও জিলাৰ লাহৰীঘাটত কেৰালা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় কুখ্যাত চাইবাৰ অপৰাধী। কেৰালাৰ ফেডাৰেল বেংকৰ পৰা অসৎ উপায়েৰে লাহৰীঘাটৰ চাইবাৰ অপৰাধীয়ে হৰলুকী কৰিছিল বহু পৰিমাণৰ ধন। ফেডাৰেল বেংকৰ গোচৰৰ ভিত্তিত…

কলেজীয়া ছাত্ৰীক হ/ত্যাত অভিযুক্ত নুৰুল ইছলামক গ্ৰেপ্তাৰ

কামৰূপৰ জিলাৰ ছমৰীয়াৰ চৌধুৰীপাম গাঁৱত ১৫ অক্টোবৰৰ দুপৰীয়া ভাগত কলেজীয়া ছাত্ৰী খাইৰুণ নেছা নামৰ যুৱতীগৰাকী ঘাতকৰ হাতত হত্যাৰ বলি হ'ব লগা হৈছিল। তাৰ পিছৰে পৰাই ছয়গাঁও আৰক্ষী তৎপৰ হৈ পৰিছিল আৰু হত্যাকাৰীক বিচাৰি চলাইছিল তীব্ৰ অভিযান।…