নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

জুবিনে ন্যায় পালেহে অন্তৰৰ জুইকুৰা নির্বাপিত হ’ব :  গৰিমা শইকীয়া গাৰ্গ

অসমীয়া জাতিৰ আত্মাস্বৰূপ জুবিন গার্গে অপ্রত্যাশিতভাৱে ইহসংসাৰৰ পৰা বিদায় লোৱাৰ আজি এমাহ সম্পূর্ণ হ’ল৷ যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ সমুদ্রৰ বুকুত চিৰদিনৰ বাবে হেৰাই গ’ল এগৰাকী অমৃতকণ্ঠ ৷ তেওঁৰ মৃত্যুৰ পিছত এটা মুহূর্তৰ বাবেও ভালদৰে উশাহ ল’ব…

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ সমীপৰ দোকানলৈ জাননী জাৰি…

সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰা টিলাৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ নিচেই কাষতে অবৈধভাৱে  গঢ় লৈ উঠা অস্থায়ী দোকানসমূহলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাননী জাৰি কৰিছে ৷ ৬ দিনৰ ভিতৰত দোকানসমূহ সেই স্থানৰ পৰা উঠাই নিয়াৰ নিৰ্দেশ জাৰি কৰিছে ৷ অন্যথা…

গোলকগঞ্জৰ বিএছএফৰ বিষয়াৰ কৰ্মৰত অৱস্থাতে গুজৰাটত মৃত্যু

গোলক গঞ্জৰ আগমনি ৰাজহ চক্ৰৰ অন্তৰ্গত ৰণপাগলী গাঁৱৰ প্ৰকাশ চন্দ্ৰ ৰায় নামৰ এগৰাকী সীমা সুৰক্ষা বলৰ বিষয়াই যোৱা ১৬ তাৰিখত গুজৰাটত কৰ্মৰত অৱস্থাতে মৃত্যু বৰণ কৰাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। সন্ধিয়া সীমা সুৰক্ষা বাহিনীয়ে ৰায়ৰ মৃতদেহ ঘৰত…

জুবিনবিহীন এমাহ : এতিয়াও শোকাহত অনুৰাগী, সৰ্বত্ৰ ন্যায়ৰ দাবী

হাৰ্টথ্ৰববিহীন অসমীয়াৰ এমাহ সুৰীয়া সৃষ্টিৰে আজিও হৃদয়ত জীৱন্ত আমাৰ জুবিন গাৰ্গ অসমীয়া সংগীত জগতৰ প্রাণস্পন্দন জুবিন গাৰ্গৰ মৃত্যুৰ এটা মাহ পূৰ্ণ হ’ল। সংগীতপ্ৰেমীৰ হৃদয়ত তেওঁৰ অভাৱ এতিয়াও গভীৰভাৱে অনুভূত। সোণাপুৰৰ শেষকৃত্যস্থলীত…

চন্দ্ৰপুৰত কাতি বিহু পালন বিজেপিৰ কৃষক মৰ্চাৰ

অসমীয়া জাতিৰ বৰ্ণিল কৃষ্টি-সংস্কৃতি আৰু পৰম্পৰাৰ সমাহাৰ কাতি বিহু উপলক্ষে ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা অসম প্ৰদেশৰ উদ্যোগত বিজেপি গুৱাহাটী মহানগৰ জিলা সমিতিৰ সহযোগত প্ৰাগজ্যোতিষপুৰ মণ্ডলত চন্দ্ৰপুৰৰ নিউ পাণবাৰীত কঙালী বিহু উদযাপন কৰা হয়।…

ঢকুৱাখনা মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ উদযাপনৰ ৰাজহুৱা সভা আহ্বান

বৃহত্তৰ ঢকুৱাখনা-ৰ শিক্ষানুৰাগী ৰাইজৰ ঐকান্তিক প্রচেষ্টাত ১৯৬৬ চনতে প্রতিষ্ঠা হৈছিল উত্তৰ অসমৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়। ২০২৪ বৰ্ষত স্বায়ত্বশাসিত মহাবিদ্যালয় মৰ্য্যদা লাভকৰা উচ্চ শিক্ষাৰ অনুষ্ঠানখনিয়ে বিগত ৬০ বছৰীয়া…

আজিৰ দিনটোৰ ৰাশিফল (১৯ অক্টোবৰ, ২০২৫)

আহক চাওঁ আজিৰ দিনটো বিভিন্ন ৰাশিৰ বাবে কেনেকুৱা আশা আৰু সাৱধানতা লৈ আহিছে— কৰ্মজীৱন, অৰ্থ, স্বাস্থ্য আৰু পৰিয়ালৰ ক্ষেত্ৰত কাৰ কি লাভ হব আৰু কোন সচেতন হ’ব লাগিব— চাওঁ আহক আজিৰ দিনটোৰ ৰাশিফল মেষ ৰাশি মেষ ৰাশিৰ জাতকে আজি ধৰ্মীয় কাৰ্যত…

বাক্সাৰ দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিল, অসমৰ সভাপতিৰ

'মই মৌলানা, মই জুবিনৰ গান নুশুনো, তথাপি মই জুবিন অনুৰাগী৷ জুবিন গাৰ্গে ন্যায় পাবই লাগিব৷'- এই মন্তব্য ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিল, অসমৰ সভাপতি মৌলানা উবাইদুৰ ৰহমান কাচিমীৰ। মৌলবীগৰাকীয়ে জুবিন গাৰ্গক ন্যায় দিবলৈ অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড০…

ৰেহাই মূল্যত মিঠাতেল বিতৰণ হয়গ্ৰীৱ মাধৱ মন্দিৰ পৰিচালনা সমিতিৰ

সমাগত পোহৰৰ উৎসৱ দীপাৱলী। মাটি চাকিৰে ভৰি পৰিছে দীপাৱলীৰ বজাৰ। সম্প্ৰতি নিত্য ব্যৱহাৰ্য সা-সামগ্ৰীৰ আকাশলংঘী দামে সৰ্বসাধাৰণ ৰাইজৰ মূৰত মাধমাৰ শোধোৱা পৰিলক্ষিত হৈছে। বজাৰত এতিয়া প্ৰতি লিটাৰ মিঠাতেলৰ দাম প্ৰায় দুশ টকা পাইছে। এনে সময়তে…

শুৱালকুছিৰ পৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ অনুৰাগীৰ পদযাত্ৰা 

অসম আৰু অসমীয়াৰ আৱেগ তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত অস্বাভাৱিক মৃত্যুৰ ন্যায়ৰ দাবী জনাই আহিছে ৰাজ্যবাসীয়ে ৷ সমান্তৰালভাৱে সামাজিক মাধ্যমতো দেখা গৈছে জুবিনৰ ন্যায় বিচাৰি আন্দোলন ৷ সামাজিক মাধ্যমত #JusticeForZubeenGarg লিপিবদ্ধ কৰি…