নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

শান্তিৰ ন’বেল বঁটা

বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা ২০২৫ বর্ষৰ শান্তিৰ ন’বেল বঁটা আগবঢ়াইছে ভেনিজুৱেলাৰ প্রধান বিৰোধী নেত্রী মাৰিয়া ক’ৰিনা মাছাডোক৷ বর্ষটোৰ ন’বেল বঁটা লাভ কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে পাকিস্তান, ইজৰাইলকে ধৰি…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১১ অক্টোবৰ, আহিন মাহৰ ২৪ তাৰিখ শনিবাৰ : তিথি–কৃষ্ণ পঞ্চমী, নক্ষত্র : ৰোহিণী, যাত্রা : শুভ মেষ : ব্যৱসায়ত মধ্যম ফল পাব৷ কর্মক্ষেত্রত জটিলতা কমিব৷ বিদ্যাত আশা দেখিলেও বাধা পাব৷ সন্তানৰ বাবে চিন্তা থাকিব৷ প্রেমত শুভ৷ বৃষ : বিদ্যার্থীৰ…

সংযুক্তা দত্তৰ গধূলি বস্ত্ৰ সম্ভাৰেৰে মায়াময় লেকমে’ ফেশ্বন উইক, জুবিনলৈ শ্ৰদ্ধাঞ্জলি

ভায়োলিনত বাজি আছে সংগীতৰ যুগনায়ক জুবিন গাৰ্গৰ “মায়াবিনী ৰাতিৰ বুকুত”... অসমীয়া তাঁতশালৰ চানেকিৰে হাতেৰে বোৱা আৰু অংকিত এখন শাৰীত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ লগতে তেওঁৰ অমৰ গীতৰ কথাৰ সমন্বয়ে সংগীত, স্মৃতি আৰু বস্ত্ৰশিল্পৰ শুকুৰবাৰে এক অনুপম…

নগাঁও সৰ্বশিক্ষাত দুৰ্নীতি : ই ভি নিযুক্তিৰ নামত ধন সংগ্ৰহৰ অভিযোগত চাৰি কৰ্মচাৰীক গ্ৰেপ্তাৰ

বিশেষ বাৰ্তা, নগাঁও, ১০ অক্টোবৰ : নগাঁও জিলা সৰ্বশিক্ষা অভিযানৰ অধীনত কৰ্মৰত চাৰিগৰাকী কৰ্মচাৰী আৰক্ষীৰ জালত পৰা কাৰ্যই নগাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰিছে। সৰ্বশিক্ষা অভিযানৰ অধীনত বিভিন্ন শিক্ষাখণ্ডত ইটাভাটাত কৰ্মৰত পিতৃ-মাতৃৰ সৈতে অহা বিভিন্ন…

অনা-অসমীয়া মালিকৰ হত্যাৰ বলি ছিপাঝাৰৰ শশাংক, অভিযোগ পৰিয়ালৰ

গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ এখন স্পা চেলুনত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ যুৱকজনৰ পৰিয়ালে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি গুৰুতৰ অভিযোগ তুলিছে। প্ৰতিষ্ঠানটোৰ খোদ গৰাকীয়ে পৰিকল্পিতভাবে হত্যা কৰাৰ অভিযোগ তুলিছে মৃত যুৱকজনৰ…

বোৰ্খা পিন্ধিলে ২.৬ লাখ টকা জৰিমনা ! ইটালীৰ সংসদত বিল উত্থাপন জৰ্জিয়া মেলোনি চৰকাৰৰ

নিউজ ডেস্ক, ১০ অক্টোবৰ : ৰাজহুৱা স্থানত বোৰ্খা বা হিজাব পিন্ধা বন্ধ কৰিবলৈ বিল উত্থাপন কৰিলে ইটালীৰ জৰ্জিয়া মেলোনি চৰকাৰে। ইটালীৰ শাসকীয় দল ‘ব্ৰাদাৰ্ছ অৱ ইটালী’ৰ তৰফৰ পৰা সংসদত এই সন্দৰ্ভত এখন বিল উত্থাপন কৰা হয়। জৰ্জিয়া চৰকাৰৰ দাবী, দেশখনত…

কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

কালি অনুষ্ঠিত হোৱা কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হৈছে। ২০২৫/২৬ বৰ্ষৰ ছাত্র একতা সভাৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ফলাফল অনুসৰি- ছাত্র একতা সভাৰ সভাপতি পদত অসম ছাত্র পৰিষদ সমৰ্থিত প্রাৰ্থী দ্বীপশেখৰ কলিতাই জয়লাভ…

গুৱাহাটীৰ বিউটী পাৰ্লাৰ-ত উদ্ধাৰ ছিপাঝাৰৰ যুৱকৰ মৃতদেহ

গুৱাহাটীৰ বিউটী পাৰ্লাৰ-ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। গুৱাহাটী মহানগৰীৰ এখন বিউটী পাৰ্লাৰত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। উদ্ধাৰ হোৱা মৃতদেহটো ছিপাঝাৰৰ শশাংক বণিয়াৰ বুলি চিনাক্ত কৰা হৈছে। খ্ৰীষ্টানবস্তিৰ হেড জ’ন হেয়াৰ এণ্ড বিউটি…

মাৰ্কিন ৰাষ্ট্ৰপতিৰ আশাত চেঁচাপানী ! ২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা মাৰিয়া কৰিনা মাছাডোলৈ

নিউজ ডেস্ক, ১০ অক্টোবৰ : মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আশাত পৰিল চেঁচাপানী। শেহতীয়াকৈ এক জল্পনা-কল্পনা চলিছিল যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই বছৰৰ শান্তিৰ ন'বেল বঁটা লাভ কৰিব নেকি! বিশেষকৈ বুধবাৰে হামাছ আৰু ইজৰাইলৰ মাজত…

ভেনিজুৱেলাৰ মাৰিয়া কৰিনা মাচাডোলৈ ২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা

২০২৫ চনৰ শান্তিৰ ন’বেল বঁটা ন’বেল শান্তি বঁটা দিয়া হৈছে শান্তিৰ বাবে জীৱন উৎসৰ্গা কৰা এগৰাকী সাহসী আৰু প্ৰতিশ্ৰুতিশীল মহিলাক— এগৰাকী নাৰী যিয়ে বাঢ়ি থকা অন্ধকাৰৰ মাজতো গণতন্ত্ৰৰ শিখা জ্বলাই ৰাখিছে। ন’বেল কমিটিয়ে ২০২৫ চনৰ শান্তিৰ ন’বেল বঁটা…