নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

পুৰণিগুদামত টেম্পোচালকৰ জীয়ৰীয়ে লাভ কৰিলে ADREৰ তৃতীয় বৰ্গৰ চাকৰি

নিয়মীয়া বাৰ্তা, পুৰণিগুদাম, ১০ অক্টোবৰ : নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অধীনৰ পুৰণিগুদাম নলবৰাগাঁৱৰ যুৱতী পম্পী বৰাই লাভ কৰিলে এ ডি আৰ ইৰ তৃতীয় বৰ্গৰ চাকৰি।আজি ঘোষণা হোৱা ফলাফলত মেধাৱী যুৱতীগৰাকীৰ এনে ফলাফলত উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃ,…

১৬-১৭ অক্টোবৰত বোকাখাত-ৰ জে ডি এচ জি মহাবিদ্যালয়ৰ হীৰক জয়ন্তী

বোকাখাত-ৰ উচ্চ শিক্ষাৰ প্ৰথম ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান শ্ৰীশ্ৰীযোগানন্দদেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সামৰণী অনুষ্ঠানৰ ব্যাপক প্ৰস্তুতি চলিছে। অহা ১৬ আৰু ১৭ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে হীৰক জয়ন্তী সামৰণী অনুষ্ঠানৰ…

অৰুণাচল-ত বসবাস কৰা মৰাণ লোকক জাতিগত প্ৰমাণপত্ৰ বিতৰণ

📌সভাত উপস্থিত মন্ত্ৰী পীযূষ হাজৰিকা 📌অৰুণাচল-ৰ মৰাণক জাতিগত প্ৰমাণ-পত্ৰ দিয়াৰ প্ৰধান ব্যক্তিজন ড° হিমন্ত বিশ্ব শৰ্মা তিনিচুকীয়া জিলাৰ ডিগবৈ বিধান সভা সমষ্টিত নতুনকৈ সংযোজন হোৱা বালিজানত তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত সদৌ মৰাণ ছাত্ৰ…

ভয়াৱহ ভূমিকম্পত কঁপি উঠিল ফিলিপাইনছ : ৭.৬ প্ৰাবল্যৰ ভূমিকম্পৰ পিছতে ছুনামি সতৰ্কতা

নিউজ ডেস্ক, ১০ অক্টোবৰ : এক ভয়াৱহ আগজাননী! সম্প্ৰতি সঘনাই অহা ভূমিকম্পত কঁপি উঠিছে বিশ্বৰ বিভিন্ন প্ৰান্ত। এইবাৰ ভয়াৱহ ভূমিকম্পত কঁপি উঠিল ফিলিপাইনছ। ৭.৬ প্ৰাবল্যৰ ব্যাপক কম্পনত কঁপি উঠিল প্ৰশান্ত মহাসাগৰৰ মাজত অৱস্থিত দেশখন। ইতিমধ্যে…

ধুবুৰী-ফুলবাৰী দলং জুবিন গাৰ্গৰ নামেৰে নামকৰণৰ দাবী

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১০ অক্টোবৰ : দেশৰ সৰ্ববৃহৎ নদী দলং ধুবুৰী-ফুলবাৰী দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা নাই যদিও এতিয়াৰে পৰা দলংখন  জুবিন গাৰ্গৰ নামেৰে নামকৰণৰ দাবী উত্থাপন কৰিছে পশ্চিম অসমকে ধৰি মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ বহু…

মানাহ ৰাষ্ট্ৰীয় উদ্যান-ত দুষ্প্ৰাপ্য মাৰ্বল কেটৰ অৱস্থিতি বন্দী পৰ্যটকৰ কেমেৰাত

বন্যপ্ৰাণী অনুৰাগীৰ বাবে এটা অত্যন্ত সুখবৰ যে মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে পৰ্যটকৰ কেমেৰাত আবদ্ধ হৈছে দুষ্প্ৰাপ্য মাৰ্বল কেটৰ অৱস্থিতি। বন্যপ্ৰাণী ফটোগ্ৰাফাৰ কৌশিক কাকতি আৰু লুকু ৰঞ্জন নাথে কেমেৰাৰে প্ৰথমবাৰৰ অসমত দুষ্প্ৰাপ্য…

নিৰামিষভোজীক আমিষ আহাৰ, অশীতিপৰ যাত্রীৰ কৰুণ মৃত্যু

🔹 কাটাৰ এয়াৰলাইনছৰ বিমানত মাজআকাশত অঘটন নিউজ ডেস্ক, ১০ অক্টোবৰ : নিৰামিষভোজীক আমিষ আহাৰ পৰিৱেশন কৰাৰ বাবে কাটাৰ এয়াৰলাইনছৰ এখন বিমানত অশীতিপৰ এজন যাত্রীৰ কৰুণ মৃত্যু হয়৷ ঘটনাৰ বিৱৰণী মতে, আমেৰিকাৰ লছ এঞ্জেলছৰ পৰা শ্রীলংকাৰ ৰাজধানী…

শিলচৰত নিষিদ্ধ কফ চিৰাপসহ গ্ৰেপ্তাৰ পশ্চিমবংগৰ দুই সৰবৰাহকাৰী

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে কাছাৰ আৰক্ষীৰ অভিযান ৷ পুনৰ কাছাৰত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে বহিঃৰাজ্যৰ দুই সৰবৰাহকাৰী। গোপন সূত্ৰৰ ভিত্তিত শিলচৰ ৰংপুৰত কাছাৰ আৰক্ষীৰ এটা দলে অভিযান চলাই…

শিৰৰ সেন্দূৰখিনিৰ মাজেৰে জুবিন গাৰ্গক আজীৱন জীয়াই ৰখাৰ প্রতিজ্ঞা গৰিমাৰ

কায়িকভাৱে আজি ২২ দিন পাৰ হ’ল তেওঁৰ অবিহনে৷ অগণিত অনুৰাগীয়ে এতিয়ালৈকে বিশ্বাস কৰিব পৰা নাই মৰমৰ জুবিন গার্গ যে এই পৃথিৱীত নাই৷ কিন্তু কপালত দগমগীয়াকৈ জিলিকি থকা সেন্দূৰখিনিৰ মাজেৰে জুবিন গার্গক আজীৱন জীয়াই ৰাখিব পত্নী গৰিমা শইকীয়া গার্গে৷…

দেৰগাঁৱৰ আঁহতগুৰিত অঘটন, ব্ৰহ্মপুত্ৰ-ত সন্ধানহীন যুৱক

দেৰগাঁৱৰ সমীপৱৰ্তী আঁহতগুৰিৰ মাজৰ চাপৰিত এক অঘটন সংঘটিত হৈছে। আঁহতগুৰিত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হৈছে এজন যুৱক। ব্ৰহ্মপুত্ৰৰ সুঁতিত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰে যুৱকজন। যুৱকজন মাজচাপৰি নিৱাসী ভোলা শইকীয়াৰ পুত্ৰ পুলক…