নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

শৈশৱৰ পৰা শেষ বিদায়লৈ ! বৰমাত শাৰদীয় দুৰ্গোৎসৱত স্মৰণ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক

নিয়মীয়া বাৰ্তা, বৰমা, ৩০ ছেপ্তেম্বৰ= এয়া শাৰদীয় দুৰ্গোৎসৱৰ বতৰ ।কিন্তু শাৰদীয় দুৰ্গোৎ সৱত এইবেলি নাই উৎসাহ - উদ্দীপনা । জনতাৰ শিল্পী জুৱিন গাৰ্গৰ আকস্মিক বিয়োগত মৃয়মান প্ৰতিজন ব্যক্তি । মৰমৰ শিল্পীগৰাকীৰ মৃত্যুই যেন সকলোকে ব্যথিত কৰিছে।…

মৰিগাঁৱৰ পৰা আটক কুখ্যাত মহিলা প্ৰৱঞ্চক : বিশ্বনাথ আৰক্ষীৰ এমাহজোৰা তদন্ত

বিশেষ বাৰ্তা, বিশ্বনাথ, ২৯ ছেপ্টেম্বৰ : এ টি এমৰ পৰা ধন সংগ্ৰহ কৰিবলৈ অহা একাধিক ব্যক্তিক  প্ৰৱঞ্চনাৰে  ধন হৰলুকী কৰা এগৰাকী কুখ্যাত মহিলা চোৰক মৰিগাঁৱৰ পৰা আটক কৰিছে বিশ্বনাথ আৰক্ষীয়ে। উল্লেখ্য যে বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৰ…

বিদেশী পৰ্যটকে আগবঢ়োৱা এক আকৰ্ষণীয় পূজা মণ্ডপ

🔹 জুবিন গাৰ্গৰ বাবে পূজা বাকৰিত জ্বলিছে অক্ষয় বন্তি নিয়মীয়া বাৰ্তা, বৰমা, ২৯ ছেপ্টেম্বৰ : বিদেশী পৰ্যটকে আগবঢ়োৱা এক আকৰ্ষণীয় পূজা মণ্ডপ। বাক্সা জিলাৰ দ্বিতীয় বাৰ্ষিক বৰমা আঞ্চলিক দুৰ্গাপূজা মহোৎসৱৰ পূজা মণ্ডপ আগবঢ়াইছে মিছেছ হফচ্ নামৰ…

জুবিন গাৰ্গ-ৰ মৃত্যুৰ ন্যায় বিচাৰি গোচৰ দাখিল অসমীয়া মহিলা মঞ্চৰ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ-ৰ অকাল মৃত্যুৰ ন্যায় বিচাৰি দুলীয়াজান আৰক্ষী থানাত গোচৰ তৰিলে অসমীয়া মহিলা মঞ্চৰ কেন্দ্ৰীয় সমিতিয়ে। যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সংগীত জগতৰ উজ্জ্বল নক্ষত্র জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ জগৰীয়া সাব্যস্ত কৰি…

ট্ৰফী লৈ পলাল মহছিন ! জয়ৰ পিছতো পাকিস্তানৰ মন্ত্ৰীৰ পৰা ট্ৰফী নল’লে ভাৰতীয় দলে

নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ : আকৌ এবাৰ পাকিস্তানক পৰাস্ত কৰি ভাৰতে দেখুৱালে নিজৰ সক্ষমতা। ২০২৫ চনৰ এছিয়া কাপত ভাৰতে একেৰাহে তৃতীয়বাৰৰ বাবে পাকিস্তানক পৰাস্ত কৰিলে। এছিয়া কাপৰ লীগ মেচ আৰু ছুপাৰ ফোৰত পৰাস্ত হোৱাৰ পিছত চিৰবৈৰী পাকিস্তানক পুনৰ…

সুকন্যা : সপ্তমী–অষ্টমী-নৱমী আৰু দশমী পূজাৰ তাৎপর্য আৰু তাত্ত্বিক দিশ

ড০ সুশান্ত কুমাৰ কাশ্যপ হিন্দু ধর্মত দেৱীশক্তিৰ পূজা বিশেষভাৱে গুৰুত্বপূর্ণ৷ শক্তি উপাসনাৰ মাজেৰে মানুহে নিজৰ নিজৰ ভিতৰৰ ভয়, শংকা, অজ্ঞতা আৰু অশুভ প্রবৃত্তিৰ ওপৰত জয়লাভ কৰিবলৈ চেষ্টা কৰে৷ দুর্গাপূজা শৰৎকালত অনুষ্ঠিত হোৱা এক অতি…

সুকন্যা : প্রতি শৰতৰ প্রভাতী ফুলে…

কুমুদ তালুকদাৰ ...প্রতি শৰতৰ প্রভাতী ফুলে ক’ব তোমাকেই মোৰ কথা প্রতি মেঘালী নিশা জোনে ক’ব তোমাকেই মোৰ বেথা... শৰৎ ঋতু প্রকৃততে নিজে এটি গীতি–কবিতা৷ যি কবিতাৰ মাজত জিলিকি উঠে এখন বর্ণময় চিত্র৷ সেইবাবে শিল্পীৰ কণ্ঠত আৰু কবিৰ কবিতাত…

পাকিস্তান বধ ভাৰতৰ…. পিছে ভাৰতীয় দলক কিমান বোনাচ দিলে BCCI-এ

পাকিস্তান বধ ভাৰতৰ.... পিছে ভাৰতীয় দলক কিমান বোনাচ দিলে BCCI-এ সদ্যসমাপ্ত এছিয়া কাপত বিজয়ী হল ভাৰতীয় ক্রিকেট দল। পাকিস্তান ধৰাশায়ী কৰিলে সূৰ্যকুমাৰ বাহিনীয়ে। আৰু তাৰ পিছে সমৰ্থক-কৰ্মীসকলক আনন্দিত কৰি তুলিছে। ইয়াৰ পিছতেই BCCI-য়ে ঘোষণা কৰিছে…

এটা ভয়ংকৰ দুৰ্ঘটনা… আৰু নিমিষতে এখন গাড়ীত শেষ ৫টা জীৱন

হাৰিয়ানাৰ কুৰুক্ষেত্ৰত আজি পুৱা এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। কুৰুক্ষেত্ৰ-কৈথল ৰাস্তাত তীব্ৰ গতিৰ টাটা হেৰিয়ৰ আৰু মাৰুতি ছুইফটৰ মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত ৫জন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়, আন ৫জন ভয়ংকৰভাৱে আহত হয়। দুৰ্ঘটনাটো তীব্ৰ…

লক্ষ্ণৌ বিমানবন্দৰ-ত বোমাতংক, হাইএলাৰ্ট জাৰি

লক্ষ্ণৌ বিমানবন্দৰ-ত এটা ধমকিসূচক ইমেইল প্ৰাপ্ত হৈছে। এই ইমেইল পোৱাৰ পিছত পৰা বিমানবন্দৰত ক্ৰমাগত তালাচী অভিযান চলি আছে। নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিমানবন্দৰ প্ৰশাসন সম্পূৰ্ণৰূপে সজাগ অৱস্থাত আছে আৰু…