ঔষধত ১০০ শতাংশ শুল্ক আৰোপ মার্কিন ৰাষ্ট্রপতিৰ
🔹 ভাৰতৰ ওপৰত পুনৰ মাধমাৰ ট্রাম্পৰ
নিউজ ডেস্ক, ২৭ ছেপ্টেম্বৰ : ভাৰতৰ ঔষধৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ অত্যাৱশ্যকীয় সামগ্রীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপৰ পাছত ভাৰতৰ ওপৰত আন এক মাধমাৰ শোধাইছে মার্কিন…