নগাঁৱত চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনা : এজনক গ্ৰেপ্তাৰ
বিশেষ বাৰ্তা, নগাঁও, ২৬ ছেপ্টেম্বৰ : নগাঁৱত ভাৰতীয় ৰে'লৱে মাল গুদামত চাকৰি দিয়াৰ প্ৰলোভনেৰে লাখ লাখ টকা সংগ্ৰহ কৰি দুজন লোকে প্ৰৱঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উঠিছে।প্ৰৱঞ্চনাৰ বলি হোৱা একাংশ লোকে সংবাদ মাধ্যমৰ আগত এইত বিষয়ে সদৰী কৰাত এই…