শ্যামকানুৱে পর্যটনৰ টকা খুজি খুজি মোক অতিষ্ঠ কৰিছিল : শ্যামকানুৰ বিৰুদ্ধে বিস্ফোৰণ মন্ত্রী ৰঞ্জিত…
🔹 ফেষ্টিভেল মহন্তৰ বিৰুদ্ধে বিস্ফোৰণ মন্ত্রী ৰঞ্জিত দাসৰ
নিয়মীয়া বার্তা, পাঠশালা, ২৪ ছেপ্টেম্বৰ : ‘নর্থ–ইষ্ট ফেষ্টিভেল আৰু ৰঙালীৰ উদ্যোক্তা শ্যামকানু মহন্তই এইবেলি ছিংগাপুৰত অনুষ্ঠিত নর্থ–হষ্ট ফেষ্টিভেলৰ অনুষ্ঠানৰ বাবে আমাৰ পর্যটন বিভাগৰ…