এম পি জে জুৱেলাৰ্ছৰ ধুবুৰীৰ শ্ব’ৰুমত অভিযান আয়কৰৰ
প্ৰতিষ্ঠিত অলংকাৰ বিপণী এম পি জে জুৱেলাৰ্চৰ ধুবুৰীৰ শ্ব'ৰুমত আজি পুৱাৰ পৰা অভিযান চলাইছে আয়কৰ বিভাগৰ এটি বৃহৎ দলে।
প্ৰায় ৫৬জনীয়া সেই দলটোৱে যোৱানিশা ধুবুৰীত উপস্থিত হোৱাৰ পিছত আজি পুৱাৰ পৰা ধুবুৰী চহৰৰ ২নং ৱাৰ্ডৰ এম পি জে জুৱেলাৰ্চৰ…