কাইলৈ বিটিচি নির্বাচনৰ ভোটগণনা : ৭৮.৪% ভোটদানে দিছে পৰিৱর্তনৰ ইংগিত
বিশেষ বাৰ্তা, ২৫ ছেপ্টেম্বৰ : জুবিন গার্গৰ অকাল বিয়োগে নিৰাশ কৰি তোলা বিটিচি নির্বাচনৰ ২৬ ছেপ্টেম্বৰত হ’ব ভোটগণনা৷ উল্লেখ্য যে এইবাৰ বিটিচি নির্বাচনত ভোটদানৰ হাৰ হ’ল ৭৮.৪২ শতাংশ৷ সর্বাধিক ভোটদান হৈছে কোকৰাঝাৰ জিলাত৷ জিলাখনত ৮২.২৭ শতাংশ…