হাৰ্টথ্ৰব জুবিন গাৰ্গক মুখাগ্নি কৰা কোন এই অৰুণ গাৰ্গ?
গুৱাহাটীৰ খানাপাৰাৰ নিলগৰ যোৰাবাটৰ কমাৰকুছিত জুবিন গাৰ্গৰ অন্তিম সৎকাৰ সম্পন্ন কৰাৰ পৰিকল্পনা কৰাৰ পাছতে চৰ্চা আৰম্ভ হৈছিল অসমৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ গৰাকীৰ শেষকৃত্য সম্পন্ন কৰা সময়ত কোনে মুখাগ্নি কৰিব৷
পৰৱৰ্তী সময়ত প্ৰকাশ হ'ল…