আজিৰ দিনটোৰ ৰাশিফল
আজি ২২ ছেপ্টেম্বৰ, আহিন মাহৰ ৫ তাৰিখ
সোমবাৰ : তিথি–শুক্লা প্রতিপদ, নক্ষত্র : উত্তৰফাল্গুনী, যাত্রা : নাই
মেষ : চাকৰিয়াল ব্যক্তিসকলৰ বাবে শুভ দিন৷ কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ ব্যয়ৰ মাত্রা বৃদ্ধি পাব৷…