আজি সৰুসজাইত প্রাণৰ শিল্পী জুবিনক শ্রদ্ধাঞ্জলি জনাব লক্ষ লক্ষজনে
🔹 অন্তিম শয়নত দুর্দান্ত সাংগীতিক প্রতিভা
বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰ : আজি সৰুসজাইত ৰৈ থাকিব অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন। সকলোৱে আহিব এবাৰ প্ৰাণতকৈ আপোন শিল্পীগৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ। অন্তিমবাৰৰ বাবে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মুখখন…