জুবিন গাৰ্গৰ পৰলোক : প্ৰধানমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈ সৰ্বত্ৰ শোক
অসমৰ সংগীতৰ ক্ষেত্রখনলৈ ধুমুহাৰ দৰে দুর্নিবাৰ এক গতি আনি দিছিল তেওঁ৷ গানেৰে, সুৰেৰে, কণ্ঠেৰে, দেশপ্রেমেৰে, অসমৰ জনজীৱন উদ্বেলিত কৰি তুলিব পৰা শিল্পীজনেই হৈছে জুবিন গার্গ৷ অফুৰন্ত, অবিনশ্বৰ প্রতিভাৰ অধিকাৰী জুবিন গার্গক বিদায় জনোৱা নাযায়…