বৰশী বাবলৈ আৰু কোনোদিনেই বোৰ্কালৈ নাযায় জুবিন
বিশেষ বাৰ্তা, ২০ ছেপ্টেম্বৰ : জুবিন গাৰ্গ আৰু নাই…। বিশ্বাস কৰিব নোৱাৰা খবৰটোৱে যেন সকলো স্তব্ধ কৰি পেলালে । সকলোৱে ভাবিছিল- ধুমুহাৰ গতিৰে অহা খবৰটো মিছা হওক। কিন্তু ভবাৰ দৰে নহ'ল । সঁচাকৈয়ে জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। কোনোদিনেই উভতি…