গৌৰৱ গগৈয়ে বিচৰা ধৰণে SIT-ৰ প্ৰতিবেদন ৰাজহুৱা কৰিমঃ মুখ্যমন্ত্ৰী
কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে ইচ্ছা প্ৰকাশ কৰা মতেই এছ আই টিৰ প্ৰতিবেদন ইন্টাৰনেটত ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ আৰু আই এছ আইৰ সৈতে থকা সম্পৰ্ক সন্দৰ্ভত এছ আই টিয়ে দাখিল…