ৰহমৰীয়া থানাৰ লকআপ-ৰ পৰা পলাল চোৰ, বাগিচাই বাগিচাই চোৰ বিচাৰি হাবাথুৰি স্মাৰ্ট আৰক্ষী
স্মাৰ্ট আৰক্ষীৰ জিম্মাত থকাৰ অৱস্থাত থানাৰ লকআপ-ৰ পৰাই পলাবলৈ সক্ষম হয় এটা চোৰ। পুৱা প্ৰস্ৰাৱ কৰিবলৈ যোৱাৰ ছলেৰে ৰহমৰীয়া থানাৰ পৰাই পলায়ন চোৰৰ। পলায়ন কৰা চোৰক বিচাৰি বাগানে বাগানে স্মাৰ্ট আৰক্ষীৰ অভিযান। ৰহমৰীয়া আৰক্ষী থানা ঘেৰাও স্থানীয়…