নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

কংগ্ৰেছে ৬টা দশকত অসমক দিছিল ৬খন দলং, মোদীয়ে এটা দশকতে দিলে ৬খন ব্ৰহ্মপুত্ৰৰ দলং

দৰঙৰ বিশাল জনসভাত মোদীলৈ জয়ঢোল, পথৰুঘাটৰ স্মাৰকেৰে সম্বৰ্ধনা দৰং মেডিকেল কলেজ, নাৰ্চিং স্কুল, নাৰ্চিং কলেজ, কুৰুৱা-নাৰেংগী দলং আৰু ৰিং-ৰোডৰ আধাৰশিলা দৰং মেডিকেল কলেজ সহ প্ৰায় ৮ হাজাৰ কোটি টকাৰ ৫টাকৈ প্ৰকল্পৰ শিলান্যাস উপলক্ষে অনুষ্ঠিত…

দিল্লীৰ গৌৰৱৰ বাসভৱনত পত্নী এলিজাবেথক দীর্ঘ জেৰা SIT-ৰ

কংগ্রেছ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ চৌদিশে জল্পনা–কল্পনা অব্যাহত থকাৰ সময়তে অৱশেষত সত্য প্রমাণিত হ’ল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সাংসদগৰাকীৰ বিৰুদ্ধে অনা মহাভিযোগ৷ ৰাজহুৱাভাৱে সাংসদ গৌৰৱ গগৈয়ে নিজমুখে স্বীকাৰ কৰিলে পাকিস্তান…

ভাৰতৰ প্রতি ট্ৰাম্প-ৰ নৰম হ’ল সুৰ , বেইজিঙৰ বিৰুদ্ধে ৫০–১০০% ‘শুল্ক বোমা’ৰ ভাবুকি

যোৱা দুটা মাহত শুল্ক বোমা ৰে ক্ষত–বিক্ষত কৰা ভাৰতৰ প্রতি হঠাতে সুৰ সলনি ড’নাল্ড ট্রাম্প ৰ৷ ভাৰতৰ বিৰুদ্ধে শেহতীয়াকৈ নৰম স্থিতি লোৱা ট্রাম্পৰ এইবাৰ লক্ষ্য হৈছে ৰঙা চীন৷ কার্যতঃ চীনক নতুন ভিলেইন হিচাপেই অভিহিত কৰি ট্রাম্পে দেশখনৰ ওপৰত ৫০ৰ পৰা…

ৰুষ্ট প্রকৃতি

উত্তৰ ভাৰতৰ ৰাজ্যসমূহত প্রাকৃতিক বিপর্যয়ৰ ঘটনা নতুন নহয়৷ ২০১৩ চনত কেদাৰনাথৰ ঘটনাৰ দুঃখজনক স্মৃতি এতিয়াও মানুহৰ মাজত সতেজ হৈ আছে৷ কিন্তু ক্রমান্বয়ে প্রাকৃতিক দুর্যোগৰ ঘটনা ভয়াৱহভাৱে বৃদ্ধি পাইছে৷ ডাৱৰ বিস্ফোৰণ আৰু পাহাৰত ভূমিস্খলনৰ ঘটনা…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৫ ছেপ্টেম্বৰ, ভাদ মাহৰ ২৯ তাৰিখ সোমবাৰ : তিথি–কৃষ্ণা নৱমী, নক্ষত্র : মৃগশিৰা, যাত্রা : নাই মেষ : মাটি–বাৰী, ধন লাভৰ যোগ৷ সু-বন্ধুক লগ পাব। শাৰীৰিক বিষ–বেদনা বৃদ্ধি পাব৷ ভ্রমণত শুভ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৫৷ বৃষ : ঘৰ–দুৱাৰ…

ভয়াৱহ ভূমিকম্পই জোকাৰিলে অসম, অভিকেন্দ্ৰ ঢেকীয়াজুলি

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : ভয়াৱহ ভূমিকম্পই কঁপাই গ'ল অসম। দেওবাৰে আবেলিৰ সময়ত অহা ভূমিকম্পক কেন্দ্ৰ কৰি আতংকময় পৰিৱেশৰ সৃষ্টি হয়। খবৰ অনুসৰি, ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৫.৯ আছিল। ভূমিকম্পৰ উৎসস্থল আছিল অসমৰ ঢেকীয়াজুলি। অৱশ্যে…

অবৈধ সুৰা সৰবৰাহকাৰীৰ ৰূপত মৰুৰ জাহাজ উট : ৰাজধানী দিল্লীত চোৰাং ব্যৱসায়ীৰ অভিনৱ কৌশল

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : মৰুভূমিৰ জাহাজখ্যাত উটক অবৈধ সুৰা সৰবৰাহকাৰী হিচাপে ব্যৱহাৰৰ অভিনৱ কৌশল সুৰাৰ চোৰাং ব্যৱসায়ীয়ে গ্রহণৰ তথ্য পোহৰলৈ আহিছে৷ যিয়ে আৰক্ষীক হতবাকো কৰি তুলিছে৷ ৰাজধানী দিল্লীলৈ অবৈধ সুৰা সৰবৰাহ কৰাৰ বাবে উট ব্যৱহাৰ…

শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে বৈকুণ্ঠপুৰীত পৰিণত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ তিনি নদীৰ সংগমস্থলীত থকা ঐতিহাসিক তীৰ্থস্থান শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত আজি পুৱাৰ ভাগৰ পৰা ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱে উপস্থিত হৈ বৈকুণ্ঠপুৰীত পৰিণত কৰি…

ভগ্ন দলঙেৰে বিপদসংকুল যাতায়াত কৃষিজীৱী ৰাইজৰ : মৰণফান্দত পৰিণত জিঞ্জিৰাম নৈৰ কাঠৰ দলং

বাৰ্তা ব্যুৰ, গোৱালপাৰা, ১৪ ছেপ্টেম্বৰ : গোৱালপাৰা পশ্চিম জনজাতি সংৰক্ষিত বিধানসভা সমষ্টিৰ অধীনস্থ আগিয়া আৰু দ্বাৰকা গাঁও পঞ্চায়ত দুখনক বিভক্ত কৰা জিঞ্জিৰাম নৈৰ ওপৰত থকা দুখন ভগ্ন কাঠৰ দলং সম্প্ৰতি মৰণফান্দত পৰিণত হোৱা পৰিলক্ষিত হৈছে ৷…

ৰাজ্যৰ বাবে ঐতিহাসিক ক্ষণ : পৃথিৱীৰ প্ৰথমটো বাঁহভিত্তিক বায়’ ইথানল প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী…

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ : গোলাঘাটৰ মৰঙিৰ নুমলীগড় শোধনাগাৰৰ সমীপতে স্থাপিত পৃথিৱীৰ প্ৰথমটো বাঁহভিত্তিক ইথানল উৎপাদিত প্ৰকল্প অসম বায়’ ইথানল প্ৰাঃ লিঃ বা চমুকৈ বায়’ ৰিফাইনেৰীৰ আজি শুভ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে৷…