নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

নেপালত Gen-Z আন্দোলনৰ মাজতে চৰ্চাত যুৱপ্ৰজন্মৰ এইগৰাকী ৰোল মডেল

নেপালত বৰ্তমান বৃহৎ ৰাজনৈতিক আৰু সামাজিক অশান্তিৰ পৰিৱেশ চলি আছে। ৰাজধানী কাঠমাণ্ডুকে ধৰি কেইবাখনো চহৰত লাখ লাখ যুৱক আৰু ছাত্ৰ Gen-Z আন্দোলনৰ অধীনত ৰাজপথত নামিছে। প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে নিজৰ পদৰ পৰা পদত্যাগ কৰিছে। এই আন্দোলনৰ…

Gen-Z বিক্ষোভত নতশিৰ : নেপালৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগ

Gen-Z বিক্ষোভ : নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে আজি নিজৰ পদৰ পৰা পদত্যাগ কৰিছে। সেনাপ্ৰধান জেনেৰেল অশোক ৰাজ সিগদেলে তেওঁক পদত্যাগৰ পৰামৰ্শ দিছিল, এই কাৰণে যে পদত্যাগৰ পিছতহে দেশৰ পৰিস্থিতিৰ উন্নতি হ’ব। নেপালত ছ’চিয়েল মিডিয়া এপৰ…

২০ শতাংশ বোনাছৰ দাবীত নাগিনীজান চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ : ধোদৰ আলি অৱৰোধ

বিশেষ বাৰ্তা, মৰিয়নি, ৯ ছেপ্টেম্বৰ : বোনাছক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে মৰিয়নিৰ নাগিনীজান চাহ বাগিচা । পূৰ্বৰ অসম চাহ নিগম লিমিটেডৰ অন্তৰ্গত আৰু বৰ্তমান জালিংগা টি কোম্পানী প্ৰাইভেট লিমিটেডৰ অধীনস্থ চাহ বাগিচাখনত দুৰ্গাপূজাৰ আগেয়ে ৮•৩৩…

চৰাইদেউত ভুৱা চিকিৎসক অভিষেক শ্বাহ গ্ৰেপ্তাৰ

চৰাইদেউ জিলাত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ। ভুৱা চিকিৎসকজনৰ নাম অভিষেক শ্বাহ। চৰাইদেউ জিলাৰ অন্তৰ্গত নাহৰহাবি চাহ বাগিচাৰ চিকিৎসালয়ত চিকিৎসা বিষয়া হিচাপে নিযুক্ত হৈ আছিল শ্বাহ। লাকুৱা অঞ্চলৰ কেইবাখনো ফাৰ্মাচীত প্ৰাইভেট প্ৰেক্টিচ কৰে শ্বাহে।…

বিদ্রোহত জ্বলিছে নেপাল : সামাজিক মাধ্যমৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ নেপাল চৰকাৰৰ

🔹 ৯ মন্ত্ৰীৰ পদত্যাগ, প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিৰ দেশ এৰাৰ পৰিকল্পনা! নিউজ ডেস্ক, ৯ ছেপ্টেম্বৰ : Gen Z বিদ্রোহত জ্বলিছে নেপাল ৷ তৰুণ প্রজন্মৰ প্রতিবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘর্ষত ৰণক্ষেত্রত পৰিণত হৈছে নেপাল৷ কে পি অলি শর্মা নেতৃত্বাধীন…

নগৰবেৰাত নাওখেল প্ৰতিযোগিতাত অঘটন, নিয়ন্ত্ৰণ হেৰুৱাই ডুবিল নাও

নগৰবেৰাৰ ৰঙ্গেশ্বৰী পামত নাওখেল প্ৰতিযোগিতাত অঘটন। কালি আবেলি খেল চলি থকাৰ মাজতে সংঘটিত হয় এক দুৰ্ঘটনা। হঠাৎ নৈৰ দ পানীত ডুব যায় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা এখন নাও। কথমপি ৰক্ষা পৰে দহ বাৰজনকৈ লোক। উল্লেখ্য যে সোমবাৰৰ পৰা ৰঙ্গেশ্বৰী পাম জনতা…

নাবালিকাক ধ*ৰ্ষ*ণ লম্পট শিক্ষক আবেৰৰ, হাটশিঙিমাৰীত উত্তেজনা

হাটশিঙিমাৰীৰ কালাপানীত এগৰাকী শিক্ষকে সংঘটিত কৰিছে এক জঘন্য কাণ্ড। শিক্ষকগৰাকীৰ বিৰুদ্ধে নাবালিকা ছাত্ৰীক ধৰ্ষণৰ অভিযোগ উঠিছে। ইয়াৰ পিছতে পলাতক হৈ আছে অভিযুক্ত শিক্ষক আবেৰ আলী। মানকাচৰ শিক্ষা খণ্ডৰ অধীনস্থ কালাপানী মধ্য ইংৰাজী বিদ্যালয়ৰ…

বকোত আলফা-ৰ নামত ধন দাবী, গ্ৰেপ্তাৰ শংকৰ ৰাভা

বকোত আলফাৰ নামত ধন দাবী কৰা এজনক গ্ৰেপ্তাৰ। বকো জাৰাপাৰাৰ পৰা গ্ৰেপ্তাৰ ভুৱা আলফা শংকৰ ৰাভাক। শংকৰ ৰাভাৰ ঘৰ গোৱালপাৰাৰ কৃষ্ণাইত। উল্লেখ্য যে বনগাঁও কেম্পৰ ব্যবসায়ী অৰবিন্দ ৰয়ক দাবী দিছিল ১ লাখ টকা। দাবী কৰা ধন বকো জাৰাপাৰালৈ নিব আহিছিল…

বিশ্বৰ ১০০ কোটি জনতাই ভুগিছে মানসিক বিকাৰত : বিশ্ব স্বাস্থ্য সংস্থাৰ প্রতিবেদনত উদ্বেগজনক তথ্য

নিউজ ডেস্ক, ৯ ছেপ্টেম্বৰ : আধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ জয়জয় ময়ময় ক্ষণত আধুনিক মানৱে জীৱন যাপন সহজ কৰি তুলিছে যদিও গোপনে গোপনে আধুনিক মানৱৰ মনত অশান্তিয়ে বাহ লৈছে৷ আনকি অশান্ত মন অৱশেষত অসুস্থ হৈও উঠিছে৷ কার্যতঃ মানসিক বিকাৰত ভোগা…

গোলাঘাটৰ সুৰভি বৰদলৈলৈ ‘নেচন বিল্ডাৰ বঁটা’

ৰাষ্ট্ৰীয় শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি গোলাঘাট ৰটাৰী ক্লাবে জিলাখনৰ ১০জন শিক্ষকলৈ তেওঁলোকৰ বিশিষ্ট সেৱাৰ বাবে নেচন বিল্ডাৰ বঁটা আগবঢ়ায়। গোলাঘাট নগৰৰ বেঙেনাখোৱাস্হিত নৰ্থ ইষ্ট টি এচ'চিয়েছনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ…