বাদশ্বাহ শ্বাহৰুখলৈ প্ৰথম ৰাষ্ট্ৰীয় বঁটা, কৃতজ্ঞতাৰে অভিব্যক্তি প্ৰকাশ
বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে তেওঁৰ ৩৩ বছৰৰ কেৰিয়াৰত প্ৰথম নেচনেল এৱাৰ্ড পালে। ছুপাৰষ্টাৰগৰাকী ২০২৩ৰ ব্লকবাষ্টাৰ চলচ্চিত্ৰ ‘জৱান’ত তেওঁৰ অসাধাৰণ অভিনয়ৰ বাবে নেচনেল পুৰস্কাৰ প্ৰদান কৰা হৈছে। কিং খানে এই পুৰস্কাৰটো বিদ্যুত বিনোদ চোপ্ৰাৰ…