নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

চাপৰত উচ্ছেদস্থলীত ভয়ংকৰ ঘটনা, এক্সেভেটৰত ইটা-যাঠীৰে আক্ৰমণ, আৰক্ষীলৈ শিলগুটি নিক্ষেপ

ধুবুৰীত চলি আছে ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। পিছে ধুবুৰীৰ চাপৰৰ উচ্ছেথলীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আৰক্ষী-প্ৰশাসনৰ লগতে এক্সেভেটৰত ইটা-যাঠীৰে আক্ৰমণ চলাইছে একাংশ বেদখলকাৰীয়ে। ধুবুৰীৰ চাপৰত অব্যাহত ৰাজ্যৰ সৰ্ববৃহৎ অভিযান। প্ৰায় ৩ হাজাৰ ৫০০…

সম্পাদকীয় : বিটিচি নির্বাচনৰ দামামা

সংবিধানৰ ষষ্ঠ অনুসূচীৰ সংশোধনীৰে অধিক ক্ষমতাপুষ্ট স্বায়ত্তশাসিত পৰিষদ গঠনেৰে দেশৰ শান্তি আৰু বিকাশৰ আদর্শ ভূমিত পৰিণত বিটিআৰত এতিয়া নির্বাচনী দামামা বাজিছে৷ প্রমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰৰ কার্যকাল শেষ হ’বলৈ মাজত মাথোঁ কেইটামান মাহ…

ছদ্মবেশত ঢাকাত বাহৰ ISI বিষয়াৰ, এমিৰেটাছ এয়াৰলাইন্সৰ বিমানেৰে বাংলাদেশলৈ ব্রিগেডিয়াৰ নাদিম-ছাউদ

ভাৰতৰ সাৰ্বভৌমত্বক প্ৰত্যাহ্বান জনাই বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে উত্তৰপূৰ্বাঞ্চলকৈ এক ভায়বহ ব্লু-প্ৰিন্ট ৰচনা কৰি থকাৰ আশংকা ঘনীভূত হৈছে। আন্তৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ উত্তৰপূৰ্বাঞ্চলকলৈ এটাৰ পিছত এটাকৈ অবাঞ্ছিত তথা অনাকাংখিত মন্তব্য…

শ্ৰীভূমিৰ ৰাইজে আটক কৰিলে বাংলাদেশী গৰু চোৰ, উত্তপ্ত পৰিস্থিতি

শ্ৰীভূমি জিলাৰ পাথাৰকান্দি থানাৰ অন্তৰ্গত আদমটিলা বাগিচাত এটা বাংলাদেশী গৰু চোৰ আটক কৰে স্থানীয় ৰাইজে। পুনৰ উন্মোচন হ'ল সীমান্ত সুৰক্ষাৰ ফোঁপোলা স্বৰূপ। বাংলাদেশী গৰু চুৰ আটক কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বাংলাদেশী গৰু…

গুৱাহাটীত Desh Bhagat Universityৰ তথ্যকেন্দ্ৰ মুকলি, শিক্ষা বৃত্তি ঘোষণা

অসমক বিশেষ গুৰুত্ব আৰোপ কৰি দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাবান তথা সমাজৰ বিশেষভাৱে অনুগত্য থকা ছাত্ৰ ছাত্ৰী সকলৰ শিক্ষাৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ নোহোৱাকৈ পাঞ্জাবৰ নাকৰ এ প্লাছ স্বীকৃতিপ্ৰাপ্ত দেশভগত বিশ্ববিদ্যালয়ে (ডি বি ইউ) মহানগৰীৰ দিছপুৰ…

নাগচম্পাৰ পুলি ৰোপণেৰে  সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ নতুন অভিযান আৰম্ভ

বিশিষ্ট প্ৰকৃতিপ্ৰেমী,সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে আৰম্ভ কৰিছে এক বিশেষ অভিযান। বিভিন্ন মূল্যবান গছপুলি ৰোপণেৰে সেউজ বিপ্লৱৰ সূচনা কৰি অহা বৰকটকীৰ প্ৰচেষ্টাত বহু দুর্লভ গছ-গছনিৰ সমাহাৰ ঘটিছে শোণিতপুৰ জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তত। ইয়াৰ…

দুমাহ ধৰি লিফ্ট বন্ধ : NMCHত চিকিৎসক-নাৰ্ছ-ৰোগীৰ নৰক যন্ত্ৰণা, নীৰৱ কৰ্তৃপক্ষ

যোৱা দুমাহ ধৰি লিফ্ট বন্ধ হৈ আছে নলবাৰী মেডিকেল কলেজ হাস্পতালৰ। যাৰ ফলস্বৰূপে চিকিৎসালয়খনিলৈ যোৱা ৰোগী আৰু ৰোগীৰ আত্মীয়, নাৰ্ছ, চিকিৎসক, চিকিৎসা কৰ্মীকে ধৰি সকলোৱে যন্ত্ৰণা ভুগি আছে। স্বাস্থ্য বিভাগৰ জয় জয় ময় ময় অৱস্থাৰ সময়ত নলবাৰী…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৮ জুলাই, আহাৰ মাহৰ ২৩ তাৰিখ মঙলবাৰ : তিথি–শুক্লা ত্রয়োদশী, নক্ষত্র : জ্যেষ্ঠা, যাত্রা : শুভ মেষ : পৰিয়ালৰ মাজত মনোমালিন্য হ’ব পাৰে৷ চাকৰিৰ ক্ষেত্রত কিছু সমস্যা আছে৷ অবাবত খৰচ বাঢ়িব৷ সন্তানৰ শুভ৷ শুভ ৰং হালধীয়া, সংখ্যা ৭৷ বৃষ : হাতলৈ…

গুৱাহাটী প্ৰেছ ক্লাবত সমন্বয় পুথিভঁৰালৰ প্ৰতিষ্ঠা দিৱস পালন

আজি গুৱাহাটী প্ৰেছ ক্লাবত সমন্বয় পুথিভঁৰালৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় আৰু সেই উপলক্ষে সমন্বয় পুথিভঁৰালৰ বাৰ্ষিক সংকলন 'জাখৰ' উন্মোচন কৰা হয়। এই অনুষ্ঠানটোত সমন্বয় পুথিভঁৰালৰ সভাপতি তথা বিশিষ্ট গল্পকাৰ জয়ন্ত কুমাৰ চক্রবর্তী…

গ্ৰন্থ অধ্যয়নৰ সুস্থ পৰিৱেশ গঢ়িবলৈ এমাহজোৰা গ্ৰন্থ অধ্যয়ন প্ৰতিযোগিতা

নতুন প্ৰজন্মক মোবাইল সংস্কৃতিৰ পৰা আতৰাই গ্ৰন্থ অধ্যয়নৰ এক সুস্থ পৰিবেশ ৰচনা কৰাৰ মানসেৰে বাইহাটা চাৰিআলিৰ ৰুৰেল লাইব্ৰেৰীৰ উদ্যোগত এখনি গ্ৰন্থ অধ্যয়নৰ অভিনৱ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ৫ জুলাই তাৰিখৰ পৰা আৰম্ভ হোৱা এই গ্ৰন্থ অধ্যয়ন…