নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বৈদ্যুতিক-চিএনজি বাছ চলাচলৰ বিৰোধিতা, চিটীবাছ-ৰ মালিক–চালকৰ হাহাকাৰ

আঞ্চলিক পৰিবহণ প্রাধিকাৰীয়ে ২৩ আৰু ৩৬নং পথত ডিজেলচালিত চিটীবাছৰ চলাচল বন্ধ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ চলিত বর্ষৰ ৩১ ডিচেম্বৰৰ পূর্বে উক্ত পথ দুটাত চলাচল কৰা চিটীবাছসমূহ অন্য পথলৈ স্থানান্তৰিত কৰিবলৈ মহানগৰ জিলা পৰিবহণ বিভাগে চিটীবাছ…

ৰঙিয়াত UPSC-APSC প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে বিনামূলীয়া প্রশিক্ষণ

UPSC-APSC প্রতিযোগিতামূলক পৰীক্ষা : ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ উদ্যোগত কেন্দ্ৰীয় লোকসেৱা আয়োগ আৰু অসম লোকসেৱা আয়োগৰ প্রতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা ৰঙিয়াৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে এক বিনামূলীয়া বিশেষ প্রশিক্ষণ…

সম্পাদকীয় : শিক্ষা জগতত নতুন দিগন্ত

সম্পাদকীয় : সাংস্কৃতিক আৰু ঐতিহাসিক দিশৰ পৰা অসম এখন সমৃদ্ধ ৰাজ্য হোৱা সত্ত্বেও বর্তমান সময়ত অসমৰ শিক্ষা জগতখনৰ স্বাস্থ্য খুব উন্নত বুলি ক’ব নোৱাৰি৷ অসমৰ জনসংখ্যাৰ প্রায় ৭২ শতাংশ লোক সাক্ষৰ আৰু ই এটা হতিবাচক সূচক৷ তথাপি এহ ইতিবাচক সংখ্যাটোৰ…

নাছিকত বায়ুসেনাক দিব অত্যাধুনিক Tejas Mk1A যুদ্ধ বিমান

Tejas Mk1A যুদ্ধ বিমান : পাকিস্তানৰ সৈতে চিৰবৈৰিতা আৰু চীনৰ আগ্রাসী নীতিৰ বাবেই ভাৰতে সামৰিক বাহিনীক শক্তিশালীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ প্রতিটো বর্ষতেই প্রতিৰক্ষা বাজেট বৃদ্ধি কৰি আছে নতুন দিল্লীয়ে৷ পাকিস্তান আৰু চীনৰ যিকোনো পদক্ষেপক…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৯ জুলাই, আহাৰ মাহৰ ২৪ তাৰিখ বুধবাৰ : তিথি–শুক্লা চতুর্দশী, নক্ষত্র : মূলা, যাত্রা : নাই আজিৰ দিনটোৰ ৰাশিফল মেষ : কিবা কাৰণত মানসিক অশান্তি বৃদ্ধি পাব৷ শৰীৰত আঘাতপ্রাপ্তিৰ সম্ভাৱনা দেখা যায়৷ আর্থিক ক্ষেত্রত শুভ যদিও ব্যয় বৃদ্ধিৰ ফলত…

শীঘ্ৰে আৰম্ভৰ দিশে ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাটত দ্বিতীয় ৰেলৰ দলঙৰ নিৰ্মাণৰ কাম

অসম তথা উত্তৰ পূবৰ ৰেল যাত্ৰীৰ বাবে সু-খবৰ। শীঘ্ৰে আৰম্ভ হ'ব  ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাটত দ্বিতীয়খন ৰেলৰ  দলংৰ নিৰ্মাণৰ কাম। দুখলপীয়া ৰেলৰ দলংখনত থাকিব দ‌্বৈত ৰেলপথ আৰু ৩ লেন যুক্ত পথ। ইতিমধ্যে নিবিদাৰ সমাপ্ত হৈছে  ৰেল বিভাগৰ তৰফৰ পৰা।…

দেৱদূত : এটা কুকুৰৰ ভুকভুকনিত ৬৭জন লোকৰ জীৱন ৰক্ষা

তেতিয়া ৩০ জুনৰ নিশা প্ৰায় ১ বজা। অঞ্চলটোত অতি বৰষুণ। বৰষুণৰ ফলত হঠাৎ বান আৰু ভূমিস্খলন। তাৰ পিছত গাঁওখনৰ এটা কুকুৰে ধাৰাবাহিকভাৱে জোৰে জোৰে ভুকিবলৈ আৰম্ভ কৰে। হিমাচল প্ৰদেশৰ ধৰমপুৰ অঞ্চলৰ অন্তৰ্গত চিয়াথি গাঁৱৰ মানুহবোৰ তেতিয়া গভীৰ…

IICS-ৰ উপদেষ্টা মণ্ডলীৰ সদস্য হিচাপে মনোনীত চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰী

IICS Board of Advisors : ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা আৰু চলচ্চিত্ৰ সমালোচক উৎপল বৰপূজাৰীক ভাৰতীয় সৃষ্টিশীল কৌশল প্ৰতিষ্ঠান (Indian Institute of Creative Skills - IICS)ৰ উপদেষ্টা মণ্ডলীৰ সদস্য হিচাপে মনোনীত কৰা হৈছে। ভাৰতৰ…

চাপৰত উচ্ছেদস্থলীত ভয়ংকৰ ঘটনা, এক্সেভেটৰত ইটা-যাঠীৰে আক্ৰমণ, আৰক্ষীলৈ শিলগুটি নিক্ষেপ

ধুবুৰীত চলি আছে ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। পিছে ধুবুৰীৰ চাপৰৰ উচ্ছেথলীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আৰক্ষী-প্ৰশাসনৰ লগতে এক্সেভেটৰত ইটা-যাঠীৰে আক্ৰমণ চলাইছে একাংশ বেদখলকাৰীয়ে। ধুবুৰীৰ চাপৰত অব্যাহত ৰাজ্যৰ সৰ্ববৃহৎ অভিযান। প্ৰায় ৩ হাজাৰ ৫০০…

সম্পাদকীয় : বিটিচি নির্বাচনৰ দামামা

সংবিধানৰ ষষ্ঠ অনুসূচীৰ সংশোধনীৰে অধিক ক্ষমতাপুষ্ট স্বায়ত্তশাসিত পৰিষদ গঠনেৰে দেশৰ শান্তি আৰু বিকাশৰ আদর্শ ভূমিত পৰিণত বিটিআৰত এতিয়া নির্বাচনী দামামা বাজিছে৷ প্রমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰৰ কার্যকাল শেষ হ’বলৈ মাজত মাথোঁ কেইটামান মাহ…