নলবাৰী কাণ্ডৰ জুই জ্বলি থকাৰ সময়তে পোহৰলৈ আন এক চাঞ্চল্যকৰ লাভ জেহাদৰ ঘটনা
ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ লাভ জেহাদৰ ঘটনা। এইবাৰৰ ঘটনাৰ স্থান হল ধুবুৰী জিলাৰ বিলাসীপাৰাত। এজন মুছলমান যুৱকে ব্লেকমেইলিং কৰি হিন্দু যুৱতীৰ লগত সংঘটিত কৰিছে ভয়ংকৰ লাভ জেহাদ। ঘটনাক লৈ বিলাসীপাৰা থানাত ৫জনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ।…