নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বিশেষ লেখা : নোকোৱা কথাৰ বোজা

🔹 ড০ পার্থসাৰথি মহন্ত কিছুমান কথা কোৱা হোৱাৰ লগে লগে আমাৰ পৰা আঁতৰি যায়৷ কিছুমান কথা, কিছুমান শব্দই আমাক কেতিয়াও এৰি নাযায়৷ এই কথা বা শব্দবোৰ সাংঘাতিক শক্তিশালী আছিল বুলি নহয়, বা এই কথাবোৰে আমাৰ জীৱন সলাই দিছিল বুলিও নহয়– বৰঞ্চ এই কথাবোৰ…

প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ পিছত মিঞাৰ ৰক্তাক্ত কাণ্ড! উত্তাল নলবাৰী

নলবাৰীত সংঘটিত এক চাঞ্চল্যকৰ আক্ৰমণৰ ঘটনাত এগৰাকী উচ্চতৰ মাধ্যমিক (দ্বাদশ শ্ৰেণী)ৰ ছাত্ৰী জীৱন-মৃত্যুৰ সৈতে যুঁজি থকাৰ বিপৰীতে তেওঁৰ আত্মীয় এজনৰ মৃত্যু ঘটিছে। ঘটনা অনুসৰি, কিছুদিন ধৰি ছাত্ৰীগৰাকীক মানসিক অত্যাচাৰ কৰি অহা ৰ'জ আলীয়ে…

দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্রী কংগ্ৰেছৰ ডি কে শিৱকুমাৰ

ডিজিটেল ডেস্ক, ১ জুন : কর্ণাটকৰ মুখ্যমন্ত্রী হিচাপে নতুন ইনিংছ আৰম্ভ কৰিবলৈ আগবাঢ়িছে ডি কে শিৱকুমাৰে৷ অহা বুধবাৰে তেওঁ মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰিব৷ কিন্তু শপতগ্রহণৰ পূর্বে দেশজুৰি চর্চা চলিছে কংগ্রেছ নেতাগৰাকীৰ পাহাৰসদৃশ সম্পত্তিক লৈ৷…

পশ্চিমবংগত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, ৩৫গৰাকী নতুন মন্ত্ৰীৰ শপতগ্ৰহণ

শুভেন্দু অধিকাৰীৰ নেতৃত্বত সোমবাৰে (১ জুন, ২০২৬) পশ্চিমবংগত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ অনুষ্ঠিত হৈছে। ৰাজ্যপাল আৰ এন ৰবিয়ে কলকাতাৰ লোক ভৱনত ৩৫গৰাকী নতুন মন্ত্ৰীক পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰাইছে। নতুন মন্ত্ৰীসকলৰ ভিতৰত ১৩গৰাকী কেবিনেট…

নেপালৰ বিশ্ব অভিলেখ, টি-২০ ক্রিকেটত দুবাৰকৈ ৩০০তকৈ অধিক ৰান সংগ্রহেৰে বিৰল কৃতিত্ব

ডিজিটেল ডেস্ক, ১ জুন : আন্তঃৰাষ্ট্রীয় টি–২০ ক্রিকেটত এক অভূতপূর্ব ইতিহাস ৰচনা কৰিলে নেপালে৷ বিশ্বৰ প্রথমটো দল হিচাপে টি–২০ ফর্মেটত দুবাৰকৈ ৩০০তকৈ অধিক ৰান সংগ্রহ কৰাৰ এক বিৰল বিশ্ব অভিলেখ গঢ়িছে ‘দ্য ৰাইন’ছ’ খ্যাত নেপাল দলে৷ ছিংগাপুৰত…

IPL-ত বৈভৱলৈ পুৰস্কাৰৰ বৰষুণ, ৪৫ লাখসহ লাভ কৰিলে TATA Sierra

IPL 2026ত অসাধাৰণ প্ৰদৰ্শনৰ বাবে ৰাজস্থান ৰয়েলছৰ যুৱ তাৰকা বৈভৱ সূৰ্যবংশীক একাধিক পুৰস্কাৰে সন্মানিত কৰা হয়। ইয়াৰ ভিতৰত এটা টাটা ছিয়েৰা গাড়ীও অন্তৰ্ভুক্ত আছিল। যোৱা দেওবাৰে আহমেদাবাদত অনুষ্ঠিত হোৱা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট…

নলবাৰীত দুর্বৃত্তৰ আক্রমণত আছু নেতাৰ মৃ*ত্যু

নলবাৰীৰ গংগাপুৰত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত ঠাইতে নিহত হয় ছাত্ৰ নেতা মাধুৰ্য বৰ্মন। তদুপৰি তেওঁৰ লগত থকা মাহীয়েকৰ ছোৱালী মৃদুমুদ্ৰা ডেকাও দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয়। ঘটনাৰ বিৱৰণীত প্ৰকাশ যে…

এক আজব ব্যৱসায়, ৪১ দেশৰ ১,২০০জনক বিহ প্রদান

ডিজিটেল ডেস্ক, ১ জুন : এটা আজব ব্যৱসায়৷ মানসিকভাৱে বিপর্যস্তসকলক বিচাৰি উলিয়াই চৰম পথ লোৱাৰ উচটনি৷ তাৰ পিছত তেওঁলোকক মৃত্যুৰ মুখামুখি কৰি তেওঁলোকৰ হাতত তুলি দিয়া হয় মাৰাত্মক বিহ৷ বিশ্বজুৰি বিয়পি পৰিছে এই মাৰণ বিহৰ ব্যৱসায়৷ পৃথিৱীৰ ৪১খন…

গুৱাহাটীত ৰহস্যজনকভাৱে উদ্ধাৰ মৃতদেহ

গীতানগৰ অনুপম পথত ৰহস্যজনকভাৱে উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ। অনুপম পথৰ এটা বাসগৃহৰ চৌহদত উদ্ধাৰ শৈলেন ডেকা নামৰ এজন ব্যক্তিৰ মৃতদেহ। এতিয়াও পোহৰলৈ অহা নাই ব্যক্তিজনৰ মৃত্যুৰ কাৰণ। ঘটনাস্থলীত উপস্থিত হৈ গীতানগৰ আৰক্ষীয়ে আৰম্ভ…

ভাৰত মহাসাগৰত সন্তর্পণে শক্তি বৃদ্ধি পাক–চীনৰ

ডিজিটেল ডেস্ক, ১ জুন : ভাৰত মহাসাগৰত সন্তর্পণে শক্তি বৃদ্ধি কৰি আছে চীন আৰু পাকিস্তানে৷ এই ধাৰণা ভাৰতৰ নৌসেনা মুৰব্বী দীনেশ ত্রিপাঠীৰ৷ শনিবাৰে সংবাদ মাধ্যমক দিয়া এটা সাক্ষাৎকাৰত তেওঁ দাবী কৰে যে জলক্ষেত্রত ভাৰতৰ বাবে দ্বিমুখী প্রত্যাহ্বানৰ…