পহুমাৰা নৈত কিশোৰৰ সলিল সমাধি, দুজনক জীৱন্তে উদ্ধাৰ সাহসী লক্ষীৰ
বজালী জিলাৰ ভৌকামাৰী অঞ্চলত আজি দুপৰীয়া সংঘটিত এক শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। পহুমাৰা নৈত গা ধুবলৈ নামি এগৰাকী কিশোৰৰ সলিল সমাধি ঘটাৰ বিপৰীতে আন দুজন যুৱক-কিশোৰক জীৱন্তে উদ্ধাৰ কৰা হয়।
জানিব পৰা মতে, ভৌকামাৰী গাঁৱৰ…