নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

সংখ্যালঘু উন্নয়ন আৰু বিত্ত নিগমত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১ জুন ৰাষ্ট্রীয় সংখ্যালঘু উন্নয়ন আৰু বিত্ত নিগমত ভিন্ন বর্গৰ কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

মুম্বাইত এজন নাবালককে ধৰি দুজন Covid ৰোগীৰ মৃত্যু

মুম্বাইত এজন নাবালককে ধৰি দুজন Covid ৰোগীৰ মৃত্যু নিউজ ডেস্ক, ২০ মে' : মুম্বাইৰ কিং এডৱাৰ্ড মেম’ৰিয়েল (কে ই এম) হাস্পতালত ১৪ বছৰীয়া শিশুসহ দুজন ক’ভিড ৰোগীৰ মৃত্যু হৈছে। চিকিৎসালয় কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে দুয়োটা মৃত্যুৰ মূল কাৰণ হৈছে…

বাংলাদেশত সেৱা আৰম্ভ ইলন মাস্কৰ Starlink-ৰ

বাংলাদেশত সেৱা আৰম্ভ ইলন মাস্কৰ Starlink-ৰ নিউজ ডেস্ক, ২০ মে' : বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে আজি কয় যে ইলন মাস্কৰ স্পেচএক্সৰ মালিকানাধীন চেটেলাইট ইণ্টাৰনেট সেৱা Starlink-এ ষ্টাৰলিংকে বাংলাদেশত…

প্রধানমন্ত্রী আৱাস যোজনা আঁচনিৰ অধীনত চাকৰি

🔹 সাক্ষাৎকাৰৰ দিন ২৩ মে’ প্রধানমন্ত্রী আৱাস যোজনা আঁচনি ৰূপায়ণৰ ক্ষেত্রত নগৰীয়া অভিযানৰ সহায়ক হোৱাকৈ কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

কর্কট ৰোগত আক্রান্ত আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি জ’ বাইডেন 

নিউজ ডেস্ক, ২০ মে' : আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি জ’ বাইডেন গুৰুতৰভাৱে আক্রান্ত হৈছে কর্কট ৰোগত৷ শেহতীয়াকৈ বাইডেনৰ শাৰীৰিক পৰীক্ষাৰ পাছত মূত্রাশয়ৰ কর্কট ৰোগত আক্রান্ত হোৱা বুলি নিশ্চিত কৰিছে চিকিৎসকে৷ ৰোগ অতি আক্রমণাত্মক পর্যায়ত আছে বুলি…

‘বিশ্বৰ ভগনিয়াৰ বাবে ধৰমশালা নহয় ভাৰত’

বিশ্বৰ ভগনিয়াৰ বাবে ধৰমশালা নহয় ভাৰত নিউজ ডেস্ক, ২০ মে' : ‘ভাৰত কোনো ধৰমশালা নহয়৷ সমগ্র বিশ্বৰ ভগনীয়াসকলক ইয়াত আশ্রয় দিয়া সম্ভৱ নহয়৷’– এক গোচৰৰ শুনানিৰ সময়ত মৌখিক পর্যবেক্ষণত আজি এইদৰে সৰৱ হ’ল উচ্চতম ন্যায়ালয়৷ শ্রীলংকাৰ তামিল নাগৰিকক আটক…

পশ্চিমবংগত বিজেপি নেতাৰ সৈতে পলায়ন তৃণমূল কংগ্রেছ কর্মী ৰ পত্নীৰ

পশ্চিমবংগত বিজেপি নেতাৰ সৈতে পলায়ন তৃণমূল কংগ্রেছ কর্মী ৰ পত্নীৰ নিউজ ডেস্ক, ২০ মে' : তৃণমূল কর্মীৰ ঘৰৰ সন্মুখতে বিজেপিৰ দলীয় কার্যালয়৷ স্থানীয় বিজেপি নেতাৰ সৈতে তৃণমূল কর্মীগৰাকীৰ পত্নীৰ বার্তালাপ হৈছে৷ দুয়োৰে মাজত সঘনে চলিছিল কথা–বতৰা৷…

চীনে পাকিস্তানক দিছিল ছেটেলাইট ছার্ভিলেঞ্চ-ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থা

🔹 অপাৰেচন সিন্দূৰ সন্দর্ভত ব্যাখ্যা দিলে বৈদেশিক সচিবে নিউজ ডেস্ক, ২০ মে’ : অপাৰেচন সিন্দূৰ আৰু সীমান্তৰ সিপাৰৰ সন্ত্রাসবাদৰ বিষয়ে আন্তর্জাতিক মঞ্চত উপস্থাপন কৰিবলৈ কেন্দ্রীয় চৰকাৰে বিশ্বৰ প্রধান দেশসমূহলৈ ৭টা সর্বদলীয় সাংসদৰ প্রতিনিধি দল…

অনিশ্চয়তাত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ ৰাজনৈতিক ভৱিষ্যৎ

নিয়মীয়া বাৰ্তা, ২০  মে' : এইবেলিৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত জ্যেষ্ঠ কংগ্ৰেছী নেতা ৱাজেদ আলী চৌধুৰীৰ ৰাজনৈতিক ভৱিষ্যতকলৈ উত্থাপিত হৈছে প্ৰশ্ন চিহ্নৰ। দৰাচলতে, বিধায়ক ৱাজেদ আলী চৌধুৰীৰ নিজৰ বিধানসভা সমষ্টিৰ মুঠ ৪টা জিলা পৰিষদ সমষ্টিৰ…

আইপিএলৰ প্লে-অফৰ দৌৰৰ পৰা বাহিৰ লক্ষ্ণৌ

🔹 পুনৰ দীঘলীয়া ইনিংছ খেলাত ব্যর্থ ২৭ কোটিটকীয়া ঋষভ পণ্ট নিউজ ডেস্ক, ২০ মে’ : লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চতুর্থটো দল হিচাপে চলিত আইপিএলৰ প্লে-অফৰ দৌৰৰ পৰা বাহিৰ হয়৷ লক্ষ্ণৌত অনুষ্ঠিত বিজয় অপৰিহার্য মেচখনত লক্ষ্ণৌৱে ছানৰাইজার্ছ হায়দৰাবাদৰ হাতত…