সন্দেহযুক্ত নাগৰিকৰ দ্বাৰা নগাঁৱত ভয়ংকৰ ঘটনা
নগাঁৱত জনজাতীয় কিশোৰীক ধৰ্ষণ সন্দেহযুক্ত নাগৰিকৰ।
ঘৰত পিতৃ-মাতৃ নথকা অৱস্থাত ধৰ্ষণ কিশোৰীগৰাকীক।
ধৰ্ষণৰ বলি এগৰাকী তিৱা জনগোষ্ঠীয় কিশোৰী।
নগাঁও চহৰৰ চামাদ্দাৰপট্টিত সংঘটিত হৈছে এই ঘটনা।
দিন-হাজিৰা কৰিবলৈ গৈছিল কিশোৰীগৰাকীৰ…