নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

গুৰুত্বহীন মেচত জয়লাভ লক্ষ্ণৌৰ, ৭ উইকেটত পৰাস্ত চেন্নাই ছুপাৰ কিংছ

ডিজিটেল ডেস্ক, ১৬ মে’ : চলিত ছিজনত শোচনীয় প্রদর্শন কৰা ঋষভ পণ্ট নেতৃত্বাধীন লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে শুকুৰবাৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে গুৰুত্বহীন মেচত বিজয় সাব্যস্ত কৰে৷ প্রথমে বেটিং কৰি চেন্নাই ছুপাৰ কিংছে নির্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ…

সম্পাদকীয় : ট্রেড যুদ্ধ নহয়, এইবাৰ চীন-আমেৰিকাৰ ট্রেড বন্ধুত্ব

বাণিজ্য সমীক্ষকসকলে যোৱাটো দশকতে ভৱিষ্যদ্বাণী কৰিছিল যে অদূৰ ভৱিষ্যতে সীমা আৰু সামৰিক শক্তি প্রদর্শনৰ বাবে বিশ্বযুদ্ধ নহয়৷ যদি তৃতীয় বিশ্বযুদ্ধ হ’বলগীয়া হয়, তেন্তে সেই বিশ্বযুদ্ধ হ’ব অর্থনীতিৰ বজাৰ দখলৰ বিশ্বযুদ্ধ৷ যোৱা আঢ়ৈটা বছৰত তেনে এক…

১৬ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ১৬ মে’, জেঠ মাহৰ ১ তাৰিখ শনিবাৰ : তিথি–অমাৱস্যা, নক্ষত্র : শতভিষা, যাত্রা : নাই মেষ : আজি সম্পত্তি লেনদেন কৰাৰ পৰা দূৰত থাকক৷ কর্মত উন্নতি৷ শুভ সংবাদ পাব পাৰে৷ সামাজিক কামত ব্যস্ততা বৃদ্ধি পাব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷ বৃষ : আজি…

বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত জাতীয় শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি মন্ত্ৰী অতুল বৰাৰ

অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ স্মৃতি চিৰস্মৰণীয় কৰি ৰাখিবলৈ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা হৈছিল শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান। আৰু শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান অসমৰ গৌৰৱ, স্বাভিমান আৰু জাতীয় চেতনাৰ এক অনন্য প্ৰতীক হিচাপে…

ধুবুৰীত চুৰি কৰিবলৈ আহি বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৫ মে' : ধুবুৰীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। চহৰখনৰ এঘৰত চুৰি কৰিবলৈ আহি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এজন যুৱকৰ। জানিব পৰা মতে, চহৰখনৰ ড° জাকিৰ হুছেইন ৰোডস্থিত লুৎফৰ ৰহমানৰ নামৰ ব্যক্তি এগৰাকীৰ গৃহত পুৱা চুৰিকাৰ্য…

শিক্ষকৰ ৰূপত মৰিগাঁৱৰ জিলা আয়ুক্ত অনামিকা তেৱাৰী

মৰিগাঁও জিলাৰ শৈক্ষিক মান অধিক উন্নত কৰাৰ লক্ষ্যৰে আজি জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে জিলাখনৰ শিলচাং মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক অৱস্থাৰ সঠিক বুজ লোৱাৰ লগতে বিদ্যালয়ত শিক্ষাদানৰ পৰিৱেশ চৰজমিন পৰ্যবেক্ষণ কৰাৰ…

আকাশবাণীৰ ৯০ বছৰ উপলক্ষে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ সংগীতানুষ্ঠান

আকাশবাণীৰ নব্বৈ বছৰীয়া পূৰ্তি উপলক্ষ্যে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰই বৃহস্পতিবাৰে সন্ধিয়া ডিব্ৰুগড়স্থিত শ্ৰীশ্ৰীআউনীআটী সত্ৰ প্ৰেক্ষাগৃহত ‘সুৰভিত ক্ষণ’ শীৰ্ষক এক সংগীতানুষ্ঠানৰ আয়োজন কৰে৷ আকাশবাণীৰ ঘোষিকা পপী দাসে আঁত ধৰা অনুষ্ঠানটোত অতিথি…

বিধানসভাৰ প্ৰ’টেম অধ্যক্ষ হিচাপে শপতগ্ৰহণ চন্দ্ৰমোহন পাটোৱাৰীৰ

অসম বিধানসভাৰ ১৬সংখ্যক অধিৱেশনৰ পূৰ্বে বৃহস্পতিবাৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই চন্দ্ৰমোহন পাটোৱাৰীক প্ৰ’টেম অধ্যক্ষ হিচাপে শপতবাক্য পাঠ কৰায়। লোকসেৱা ভৱনৰ সন্মিলন কক্ষত অনুষ্ঠিত এক অনুষ্ঠানত এই শপতগ্ৰহণ কাৰ্য সম্পন্ন হয়। অনুষ্ঠানৰ…

২০২৭ চনৰ পৰা CBT পদ্ধতিত হ’ব NEET, ঘোষণা কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ

ডিজিটেল ডেস্ক, ১৫ মে' : NEET পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে আগন্তুক বছৰৰ পৰা সম্পূৰ্ণ সলনি হ’ব পৰীক্ষা পদ্ধতি। বহী-কলমৰ পৰিৱৰ্তে এতিয়াৰ পৰা কম্পিউটাৰ বেছড টেষ্ট (চিবিটি) পদ্ধতিত অনুষ্ঠিত হ’ব চিকিৎসা শিক্ষাৰ প্ৰৱেশিকা…

খাৰুপেটীয়া আৰক্ষী থানাত চাঞ্চল্যকৰ ঘটনা

খাৰুপেটীয়া আৰক্ষী থানাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। হাতকেৰেয়াসহ এজন আচামী থানাৰ পৰা পলায়ন কৰাত সমগ্ৰ অঞ্চলটোত তীব্ৰ হাহাকাৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, মটৰ চুৰি কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে হাজোৰ হাছেম আলীক আটক কৰি…