অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায় ঘোষণা আদালতৰ
কাৰ্বি আংলং জিলাত সংঘটিত হোৱা চাঞ্চল্যকৰ অভি–নীল হত্যাকাণ্ডৰ গোচৰৰ আজি ৰায়দান দিলে আদালতে। সেই অনুসৰি ২০জন অভিযুক্ত দোষী সাব্যস্ত কৰাৰ বিপৰীতে ২৫জনক দোষমুক্ত ঘোষণা কৰিছে। নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতে এই ৰায় ঘোষণা কৰিছে।
উল্লেখ্য যে,…