ভোটদান বন্ধ ৰাখি নামাজ আদায় প’লিং অফিচাৰৰ!
কালিৰ দিনটোত ৰাজ্যজুৰি শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ পৰ্ব সমাপ্ত হোৱাৰ পিছত আজি ১৮নং বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা ভোটকেন্দ্ৰত নাভূত নাশ্ৰুত ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।
অভিযোগ অনুসৰি, ভোটদান সাময়িকভাৱে বন্ধ ৰাখি ভোটকেন্দ্ৰৰ…