ইৰানৰ অনুৰোধ নাকচ ফিফাৰ, আমেৰিকাতে খেলিব লাগিব বিশ্বকাপৰ মেচ
ডিজিটেল ডেস্ক, ২ এপ্রিল : ইৰানৰ অনুৰোধ নাকচ কৰিলে বিশ্ব ফুটবলৰ সর্বোচ্চ সংস্থা ফিফাই৷ যদি বিশ্বকাপ খেলিব লাগে তেন্তে আমেৰিকাৰ মাটিতে খেলিব লাগিব৷ ইৰানে আমেৰিকা আৰু ইজৰাহলৰ যৌথ সামৰিক অভিযান আৰু ড’নাল্ড ট্ৰাম্পৰ সতর্কবাণীৰ প্রতিবাদত…