নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ক্ষমতা-দায়িত্ব

ব’হাগ আহিছে৷ ব’হাগ আহিছে বুলি অসমীয়াৰ গাত চ’ততেই বিহু লাগে৷ কুলি, কেতেকীয়ে ব’হাগ অহাৰ বতৰা দিয়ে৷ ফাগুনে লঠঙা কৰা গছত কুঁহিপাত মেলে৷ চ’তৰ বৰষুণজাকে শুকান ধৰাক জীপাল কৰে৷ চ’ততে নোহোৱা হয় ধূলিয়ৰি বাট৷ আৰম্ভ হয় বিহুৰ আখৰা৷ তাঁতশালত ব্যস্ত হয়…

২ এপ্ৰিল : আজিৰ দিনটোৰ ৰাশিফল

আজি ২ এপ্রিল, চ’ত মাহৰ ১৮ তাৰিখ বৃৃহস্পতিবাৰ : তিথি–শুক্লা পূর্ণিমা, নক্ষত্র : হস্তা, যাত্রা : মধ্যম মেষ : আজি শাৰীৰিক আৰু মানসিক উদ্বেগ এৰাই চলিবলৈ কিছু টান হ’ব৷ ব্যৱসায়ত উন্নতিৰ কাৰণে কর্মস্থানত ব্যস্ততাৰ সুফল৷ পাৰিবাৰিক দিশত অশান্তি…

বজালী উচ্চতৰ মাধ্যমিকত হেতা-ওপৰা… কিন্তু কিয়?

যোৱা জানুৱাৰী মাহত গৌৰৱোজ্বল শতবৰ্ষ উদযাপন কৰা বজালীৰ শৈক্ষিক দিশত এক গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহন কৰি অহা পাঠশালাৰ ঐতিহ্যমণ্ডিত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি দেখা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ৷ ১৯২৬ চনত স্থাপিত শতবৰ্ষীয় বজালী উচ্চতৰ…

মাজুলীৰ প্ৰতিখন বিদ্যালয়ত পাঠ্যপুথি, ঐক্য পোছাক বিতৰণ

অসম চৰকাৰ শৈক্ষিক দিনপঞ্জী অনুসৰি সমগ্ৰ ৰাজ্যৰ লগতে মাজুলী জিলাটো মাজুলী শিক্ষা খণ্ডৰ অধীনৰ সকলোবোৰ শিক্ষানুষ্ঠানৰ আজিৰে পৰা নতুন শিক্ষা বৰ্ষ আৰম্ভ হৈছে। সেই অনুসৰি শিক্ষা বিভাগৰ শৈক্ষিক দিনপঞ্জী অনুসৰি আজি জিলাখনৰ প্ৰায়বোৰ বিদ্যালয়ত…

অসমত পুনৰ বিজেপিৰ নেতৃত্বত চৰকাৰ হ’ব

নিৰ্বাচনলৈ মাজত মাথো সাতটা দিন বাকী থকা অৱস্থাত নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিত বিজেপি তথা এন ডি এৰ প্ৰাৰ্থী ৰূপক শৰ্মাই অব্যাহত ৰাখিছে যুদ্ধকালীন তৎপৰতা। সমষ্টিটোৰ প্ৰতিটো অঞ্চলত দুবাৰৰ বিধায়ক ৰূপক শৰ্মাই বিগত দিন কেইটাত অব্যাহত ৰাখিছে…

বাক্সাৰ দাওধাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড

বাক্সা জিলাৰ শিমলা থানাৰ অন্তৰ্গত দাওধাৰাৰ গৌজন গামিত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়। তামোল বিক্ৰীক কেন্দ্ৰ কৰি পিতা-পুত্ৰৰ মাজত উদ্ভৱ হোৱা কাজিয়াৰ পৰিণতিত পিতৃৰ কোৰৰ আক্ৰমণত প্ৰাণ গ'ল পুত্ৰৰ। প্ৰাপ্ত তথ্য মতে কালি (৩১ মাৰ্চ) দিনৰ…

গহপুৰৰ তিনি প্ৰাক্তন ছাত্র নেতাৰ বিজেপিত যোগদান

গহপুৰ সমষ্টিৰ তিনিগৰাকী প্ৰাক্তন ছাত্র নেতাই আনুষ্ঠানিকভাবে বিজেপিত যোগদান কৰে। জানিব পৰা মতে- ছয়দুৱাৰ আঞ্চলিক ছাত্র সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক নৱজ্যোতি ৰাজখোৱা, বিশ্বনাথ জিলা ছাত্র সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক প্ৰহ্লাদ শইকীয়া আৰু…

এপ্ৰিল মাহৰ বেংক বন্ধৰ বিষয়ে সবিশেষ জানি লওক

আজিৰ পৰা নতুন আৰ্থিক বৰ্ষ আৰু এপ্ৰিল মাহৰ আৰম্ভণি হৈছে। এই মাহত বেংকৰ বন্ধৰ সংখ্যা যথেষ্ট বেছি। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই এই মাহৰ বেংক ছুটীৰ তালিকা নিজৰ চৰকাৰী ৱেবছাইটত প্ৰকাশ কৰিছে। এই তালিকাত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুয়ো ধৰণৰ ছুটী…

গাখীৰৰ দাম বৃদ্ধি, বিক্ৰেতাৰ সিদ্ধান্তত উদ্বিগ্ন জনতা

গ্ৰীষ্মকালীন বতৰতে পশু খাদ্যৰ মূল্য বৃদ্ধি পোৱাৰ ফলত মধ্যপ্ৰদেশৰ বিভিন্ন স্থানত গাখীৰৰ বিক্ৰেতাসকলে বুধবাৰ (১ এপ্ৰিল)ৰ পৰা গাখীৰৰ খুচৰা মূল্য প্ৰতিলিটাৰত ২ৰ পৰা ৪ টকা পৰ্যন্ত বৃদ্ধি কৰিছে। এই তথ্য জনায় Madhya Pradesh Milk Vendors…

বিৰোধীৰ কোনো ঐক্য নাই- বোকাখাতত অতুল বৰাৰ তীব্ৰ মন্তব্য

আগন্তুক বিধানসভা নিৰ্বাচনক লৈ বোকাখাত সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তীব্ৰ কৰি তুলিছে এনডিএ মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী তথা মন্ত্ৰী অতুল বৰাই। সমষ্টিটোৰ প্ৰায় ১০খন গাঁও পঞ্চায়তত প্ৰচাৰ অভিযান চলাই তেওঁ বিৰোধীৰ ওপৰত তীব্ৰ সমালোচনা কৰে। অতুল বৰাই কয়,…