২২ মাৰ্চৰ পৰা তিনিদিনীয়া কার্যসূচীৰে সীমান্ত ক্রীড়া মহোৎসৱ
ডিজিটেল ডেস্ক, ২১ মার্চ : সীমান্ত চেতনা মঞ্চ পূর্বোত্তৰ, অসম ৰাজ্যিক সমিতিৰ উদ্যোগত ২২–২৪ মার্চলৈ তিনিদিনীয়া কার্যসূচীৰে গুৱাহাটীৰ সৰুসজাইস্থিত অর্জুন ভোগেশ্বৰ বৰুৱা স্প’ৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হ’ব সীমান্ত ক্রীড়া মহোৎসৱ৷ অসম–বালাংদেশ আৰু…