নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিত পুনৰ প্ৰাৰ্থিত্ব লাভ ৰণোজ পেগুৰ

৭৮ নং ধেমাজি বিধানসভা সমষ্টিৰ  বিজেপিৰ প্ৰাৰ্থী হিচাপে পুনৰ  বিজেপিৰ  নেতৃত্বই  আজি  ডা: ৰণোজ পেগুৰ প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ লগে লগে ব্যাপক ৰুপত উৎফুল্লিত হৈ পৰে ধেমাজি  বিজেপি দলৰ সকলো স্তৰৰ নেতা-কৰ্মী, শুভাকাংক্ষী৷ টিকট প্ৰাপ্তিৰ খবৰ পোৱাৰ…

তিতাবৰত নতুন আশা লৈ ৰাইজৰ মাজলৈ বিজেপি

দীৰ্ঘদিন ধৰি চলি থকা জল্পনা-কল্পনা আৰু ৰাজনৈতিক চৰ্চাৰ অৱসান ঘটাই অৱশেষত তিতাবৰ বিধানসভা সমষ্টিৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে ধীৰাজ গোৱালক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। এই ঘোষণাই সমষ্টিটোৰ ৰাজনৈতিক পৰিৱেশত নতুন গতি আনিছে আৰু আগন্তুক বিধানসভা…

ধুবুৰীত উত্তম প্ৰসাদক প্ৰাৰ্থিত্ব বিজেপিৰ

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বিজেপিয়ে ঘোষণা কৰা প্ৰাৰ্থী তালিকাত দলটোৱে ধুবুৰীৰ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰিলে উত্তম প্ৰসাদক। সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা লোৱা ধুবুৰী বিধানসভা সমষ্টিত প্ৰসাদক প্ৰক্ষেপ কৰাৰ ঘটনাই পুৰণি গতানুগতিক…

বীৰসিং জৰুৱাত মাধৱী দাসক প্ৰাৰ্থিত্ব প্ৰদান বিজেপিৰ

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বিজেপিয়ে ঘোষণা কৰা প্ৰাৰ্থী তালিকাত দলটোৱে ধুবুৰীৰ বীৰসিং জৰুৱাত প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে। সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা লোৱা ধুবুৰী জিলাৰ বীৰসিং জৰুৱা বিধানসভা সমষ্টিত বিজেপিয়ে মাধৱী দাসক…

গোলকগঞ্জত বিজেপি প্ৰাৰ্থী অশ্বিনী ৰায় সৰকাৰ

ধুবুৰী জিলাৰ ৬ নং গোলকগঞ্জ বিধান সভা সমষ্টিত বিজেপিয়ে প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰৰ প্ৰাৰ্থীত্ব প্ৰদান কৰাত গোলকগঞ্জ সমষ্টিত সৰ্বস্তৰৰ বিজেপি কৰ্মী, সমৰ্থক, শুভাকাংক্ষী ৰাইজৰ মাজত ব্যাপক উছাহ উদ্দিপনা…

ৰঙাপৰাত পুনৰ বিজেপিৰ কৃষ্ণকমল তাঁতীৰ প্ৰাৰ্থিত্ব লাভ

ভাৰতীয় জনতা পাৰ্টীয়ে আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা চূড়ান্ত প্ৰাৰ্থী তালিকাত পুনৰ শোণিতপুৰৰ ৬৮নং ৰঙাপৰা বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক কৃষ্ণ কমল তাঁতীয়ে প্ৰাৰ্থিত্ব লাভ কৰিছে। দ্বিতীয়বাৰৰ বাবে তাঁতীয়ে সমষ্টিৰ টিকট লাভ কৰাত বিধায়কগৰাকীৰ লগতে…

পুখুৰীত পৰি সলিল সমাধি দুই ভগ্নীৰ, মন্দিয়াত অঘটন

ঈদৰ আনন্দ উল্লাসৰ মাজতে বৰপেটাৰ কপোহা গাঁৱত মৰ্মান্তিক ঘটনা। ঘৰৰ পুখুৰীত পৰি সলিল সমাধি কপোহা গাঁৱৰ দুই ভগ্নীৰ। উল্লেখ্য যে গাঁৱৰ নিবাসী হোছেন আলীৰ দুই কন্যা হেলমিনা খাতুন (১৩ ) আৰু জান্নাত পাৰবিনে (১১) নিজ ঘৰতে থকা পুখুৰীত গৈছিল ডাইনিং…

বঞ্চিত সিদ্ধাৰ্থ ভট্টাচাৰ্য : নিউ গুৱাহাটীত দীপ্লুৰঞ্জনক বিজেপিৰ টিকট

আগন্তুক অসম বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক তৎপৰতাৰ মাজতেই এইবাৰ নিউ গুৱাহাটী সমষ্টিৰ বাবে দীপ্লুৰঞ্জনক বিজেপিয়ে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। নিউ গুৱাহাটীত সংগঠন মজবুত কৰা আৰু নতুন মুখ আগবঢ়োৱাৰ কৌশলৰ অংশ হিচাপে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।…

বিজেপিৰ প্ৰাৰ্থী তালিকাত কটা গ’ল বহু টিকটপ্ৰত্যাশীৰ নাম

অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে আজি বিজেপিয়ে তেওঁলোকৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। এই তালিকাই ৰাজ্যৰ ৰাজনীতিত যথেষ্ট আলোড়ন সৃষ্টি কৰিছে। উল্লেখযোগ্য যে এইবাৰৰ তালিকাত কেইবাগৰাকীও বৰ্তমানৰ বিধায়কে দলীয় টিকট লাভ কৰিব নোৱাৰিলে, যাৰ ফলত দলৰ…

অসম বিধানসভা নিৰ্বাচনত বিজেপিৰ বৃহৎ চমক

অসমৰ ৰাজনীতিত এক ডাঙৰ চমক সৃষ্টি কৰি ভূপেন কুমাৰ বৰা আৰু প্ৰদ্যুত বৰদলৈয়ে এইবাৰ বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে। পূৰ্বে দুয়োজনেই কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ নেতা হিচাপে পৰিচিত আছিল। তেওঁলোকৰ এই সিদ্ধান্তই ৰাজ্যৰ ৰাজনৈতিক সমীকৰণত উল্লেখযোগ্য…