নিয়োগ বাৰ্তা বন বিভাগত ৫০টা ফৰেষ্ট ৰেঞ্জাৰৰ পদত চাকৰি নিয়মীয়া বাৰ্তা Jun 26, 2025 🔹 আবেদনৰ অন্তিম তাৰিখ ২০ জুলাই অসম লোকসেৱা আয়োগে অসমৰ পৰিৱেশ আৰু বন বিভাগৰ অধীনস্থ অসম বন পৰিসেৱাত খালী হোৱা ৫০টা ফৰেষ্ট ৰেঞ্জাৰ পদত নিয়োগৰ বাবে প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷
বিনোদন স্বামীৰ ওচৰত যেন মূল্যহীন… প্রেমিকৰে পলাল ৫০০ বোৱাৰী নিয়মীয়া বাৰ্তা Jun 26, 2025 স্বামীৰ ওচৰত যেন মূল্যহীন... প্রেমিকৰে পলাল ৫০০ বোৱাৰী বিবাহপাশত আবদ্ধ হোৱাৰ পিছতো স্বামীয়ে সংগ নিদিয়ে পত্নীক আনকি সম্ভ্রান্ত ঘৰৰ ছোৱালী হোৱা সত্ত্বেও স্বামীৰ ওচৰত যেন মূল্যহীন তেওঁলোকৰ আব্দাৰ৷ এনে পৰিস্থিতিত স্বামীৰ সংগহীনতাৰ বাবে পৰকীয়াত…
আন্তঃৰাষ্ট্ৰীয় বায়ুসেনাৰ গ্রুপ কেপ্টেইনৰ পৰা মহাকাশচাৰীলৈ সুভাংশু শুক্লাৰ ৰোমাঞ্চকৰ যাত্রা নিয়মীয়া বাৰ্তা Jun 26, 2025 🔹 ভাৰতৰ দ্বিতীয় মহাকাশচাৰীৰ জীৱনপঞ্জী 🔹 কার্গিল যুদ্ধৰ পৰা অনুপ্রেৰণা পাইছিল শুক্লাই নিউজ ডেস্ক, ২৬ জুন : দ্বিতীয়গৰাকী ভাৰতীয় মহাকাশচাৰী তথা আন্তর্জাতিক মহাকাশ কেন্দ্র (আইএছএছ)লৈ যোৱা প্রথমগৰাকী ভাৰতীয় মহাকাশচাৰী গ্রুপ কেপ্টেইন সুভাংশু…
ক্রীড়া-জগত বুমৰাহ-ক লৈ ৰিস্ক ল’ব বিচৰা নাই প্রশিক্ষক গম্ভীৰে নিয়মীয়া বাৰ্তা Jun 26, 2025 ইংলেণ্ডৰ বিৰুদ্ধে প্রথমখন টেষ্টত পৰাস্ত হোৱাৰ পাছতো তাৰকা পেচবলাৰ যশপ্রীত বুমৰাহ ক শৃংখলাটোৰ আটাইকেইখন মেচত খেলোৱাৰ পক্ষপাতি নহয় টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰ৷ শৃংখলাটোৰ আটাইকেইখন মেচতে বুমৰাহক খেলিবলৈ দি ৰিস্ক ল’ব বিচৰা নাই…
ক্রীড়া-জগত হেডিংলে টেষ্ট : যুৱ খেলুৱৈৰে সমৃদ্ধ নতুন দল, এতিয়াও শিকি আছে নিয়মীয়া বাৰ্তা Jun 26, 2025 ইংলেণ্ডৰ বিপক্ষে হেডিংলে টেষ্ট ত টীম ইণ্ডিয়াই এনেদৰে পৰাস্ত হ’ব পাৰে বুলি প্রথম তিনিদিনত কোনেও কল্পনা কৰা নাছিল৷ কিন্তু পঞ্চম তথা অন্তিম দিনা ৫ উইকেটত ইংৰাজ বাহিনীৰ হাতত পৰাজয় স্বীকাৰ কৰিবলগীয়া হ’ল শুভমন গিল বাহিনী৷ হেডিংলে টেষ্টত পৰাজয়ৰ…
অসম বৰলুইতৰ খহনীয়াৰ কালৰূপ – চকুৰ পচাৰতে মহাবাহুত বিলীন মছজিদ নিয়মীয়া বাৰ্তা Jun 26, 2025 নামনি অসমৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ শালমাৰাত ঠায়ে ঠায়ে এতিয়া আৰম্ভ হৈছে তীব্ৰ গৰাখহনীয়া। উল্লেখ্য যে, বিগত কেইবা বছৰৰ পৰাই তীব্ৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াই আনিছে দক্ষিণ শালমাৰাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ফকিৰগঞ্জৰ অস্তিত্বলৈ।…
অসম উত্তপ্ত নলবাৰী সদৰ থানা : থানাৰ ভিতৰতেই OCক প্ৰহাৰ গৌৰৱ কলিতাৰ নিয়মীয়া বাৰ্তা Jun 26, 2025 নলবাৰী সদৰ থানাৰ ভিতৰেই স্বয়ং ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকী প্ৰহৃত হব লগা হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ সূত্ৰে জানিব পৰা মতে, নলবাৰী চহৰৰ বাটা চ’কৰ জগদীশ কলিতা আৰু পুত্ৰ গৌৰৱ জগদীশ কলিতাই ন্যায়ালয়ত চলি থকা এক গোচৰ ভংগ সন্দৰ্ভত…
অসম ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি : অনিৰ্দিষ্টকাললৈ বন্ধ অফলামুখ-নিমাতী ফেৰী সেৱা নিয়মীয়া বাৰ্তা Jun 26, 2025 ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হঠাৎ বৃদ্ধি পোৱাত মাজুলী-যোৰহাট জলপথৰ অফলামুখ-নিমাতী ফেৰী সেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ তীব্ৰ গতিত বৃদ্ধি পোৱাত অফলামুখ ঘাটৰ ৰেম্প পানীত বুৰ যোৱাৰ লগতে ঘন কুঁৱলী,…
অসম এসপ্তাহে সন্ধান নাই চিলাপথাৰৰ দুই সন্তানৰ মাতৃৰ, পৰিয়ালত হাহাকাৰ নিয়মীয়া বাৰ্তা Jun 26, 2025 ধেমাজিৰ চিলাপথাৰ থানাৰ অন্তৰ্গত গড়মৰা ৰহধলা গাঁৱৰ এগৰাকী বোৱাৰী নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিখোজ হৈ থকা বোৱাৰী গৰাকী হ'ল গড়মৰা ৰহধলা গাঁৱৰ বুল ভূঞাৰ ২৬ বছৰীয়া পত্নী সংগীতা ভূঞা। সংগীতা ভূঞাই যোৱা ২০ জুনৰ পুৱা প্ৰায়…
অসম নিৰ্লজ্জ : মৃতদেহ কঢ়িওৱা-মৃত্যুৰ প্ৰমাণপত্ৰৰ বাবে সৰকালে ১৭,০০০ টকা নিয়মীয়া বাৰ্তা Jun 26, 2025 গোৱালপাৰা জিলাৰ আগিয়া থানাৰ আৰক্ষীৰ নিৰ্লজ্জ কৰ্ম কাণ্ডই হতচকিত কৰি তুলিছে সচেতন মহলক। মৃতদেহ এটা কঢ়িওৱা আৰু মৃতকৰ মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদানৰ নামত অতি দৰিদ্ৰ মাতৃ গৰাকীৰ পৰা কৌশলেৰে আৰক্ষীয়ে ১৭ হেজাৰ টকা সৰকোৱাৰ অভিযোগ তুলিছে মৃতকৰ…