নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম বিধানসভা নিৰ্বাচনত বিজেপিৰ বৃহৎ চমক

অসমৰ ৰাজনীতিত এক ডাঙৰ চমক সৃষ্টি কৰি ভূপেন কুমাৰ বৰা আৰু প্ৰদ্যুত বৰদলৈয়ে এইবাৰ বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে। পূৰ্বে দুয়োজনেই কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ নেতা হিচাপে পৰিচিত আছিল। তেওঁলোকৰ এই সিদ্ধান্তই ৰাজ্যৰ ৰাজনৈতিক সমীকৰণত উল্লেখযোগ্য…

অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ বাবে বিজেপি প্ৰাৰ্থী তালিকা ঘোষণা

অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক পৰিৱেশ ক্রমে উত্তপ্ত হৈ পৰাৰ মাজতেই আজি ভাৰতীয় জনতা পাৰ্টি (বিজেপি)য়ে তেওঁলোকৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰে। দলটোৱে প্ৰথম পৰ্যায়ত মুঠ ৮৮টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিছে। দলৰ শীৰ্ষ নেতৃত্বৰ…

উত্তৰ কোৰিয়াৰ নিৰ্বাচনত একাধিপত্য কিম জং উনৰ

উত্তৰ কোৰিয়াৰ ৰাজনৈতিক ব্যৱস্থাত ফলাফল সচৰাচৰ আচৰিত নোহোৱা পৰিস্থিতিত ২০২৬ চনৰ সংসদীয় নিৰ্বাচনেও পুনৰ এবাৰ নেতৃত্বৰ প্ৰতি প্ৰায় সম্পূৰ্ণ সমৰ্থন প্ৰদৰ্শন কৰিছে। এই নিৰ্বাচনে কিম জং উনৰ প্ৰভাৱ অধিক দৃঢ় কৰিছে যদিও এইবাৰ বৃহৎ পৰিমাণৰ…

অসমৰ শিক্ষাৰ্থীক ৰেহাই মূল্যত IPL-ৰ টিকট দিব ৰাজস্থান ৰয়েলছে

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব লগা ৰাজস্থান ৰয়েলছে পূৰ্বৰ দৰেই এইবাৰো ছাত্ৰ-ছাত্ৰীক ৰেহাই মূল্যত টিকট দিব৷ দলটোৱে জনোৱা অনুসৰি অসমৰ ছাত্ৰ-ছাত্ৰীয়ে ৭৯৯ টকাতে টিকট ক্ৰয় কৰি গুৱাহাটীত হ’ব লগা আই পি এল মেচৰ ৰোমাঞ্চ উপভোগ…

পৱিত্ৰ গংগা নদীত ইফতাৰ পাৰ্টী কৰা ১৪ মুছলমান যুৱকক গ্ৰেপ্তাৰ

উত্তৰ প্ৰদেশৰ বাৰাণসীত গংগা নদীত ইফতাৰ পাৰ্টি অনুষ্ঠিত কৰাৰ অভিযোগত ১৪গৰাকী মুছলমান যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মঙলবাৰে পঞ্চগংগা ঘাটৰ সমীপত নাৱত ইফতাৰ পাৰ্টি আয়োজনৰ সময়ত চিকেন বিৰিয়ানী খোৱাৰ পিছত বাকী খাদ্য গংগা নদীত পেলোৱাৰ অভিযোগত ২০…

বিজেপিৰ সম্ৰাট চৌধুৰী বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী!

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আজি (বুধবাৰ) ‘সমৃদ্ধি যাত্ৰা’ৰ অধীনত যমুৱী অঞ্চলত উপস্থিত হৈছিল। মঞ্চত লগত আছিল উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী। এই সময়ছোৱাত নীতিশ কুমাৰে বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সম্পৰ্কে গুৰুত্বপূর্ণ সংকেত প্ৰদান কৰিছে।…

ভয়ংকৰ অগ্নিকাণ্ড : ৮গৰাকী লোকৰ প্ৰাণহানি

মধ্যপ্ৰদেশৰ বৃজেশ্বৰী অঞ্চলৰ এটা তিনি মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে, য’ত ৮ গৰাকী লোকৰ মৃত্যু হৈছে। এই অগ্নিকাণ্ডত পৰিয়ালৰ কেইবাজনো সদস্য ঘৰৰ ভিতৰত আবদ্ধ হৈ জীৱন্তে জুইৰ পৰা ওলাব নোৱাৰি অগ্নিদগ্ধ হৈছে। প্ৰাথমিক অনুসন্ধান…

নম্বৰ ৭ এৰি নম্বৰ-৮লৈ ধোনী, IPL-ৰপূৰ্বে অনুৰাগীৰ মাজত উৎকণ্ঠা

মহেন্দ্ৰ সিং ধোনীৰ এটা পোষ্টে ক্ৰিকেট জগতত ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে। ভাৰতৰ এই তাৰকা খেলুৱৈজনে আইপিএল ২০২৬ৰ পূৰ্বে ইঙ্গিত দিছে যে তেওঁ ৭ নম্বৰ জাৰ্ছি এৰি ৮ নম্বৰ জাৰ্ছি পিন্ধিবলৈ ওলাইছে। নম্বৰ-৭ কেৱল এটা নম্বৰ নহয়, ই মাহী আৰু অনুৰাগীসকলৰ…

নেপালত হেলিকপ্টাৰ দুৰ্ঘটনা, অৱতৰণৰ সময়তে হল দুৰ্ঘটনাগ্ৰস্ত

নেপালৰ খোতাং জিলাত হেলিকপ্টাৰ অৱতৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয়। তথ্য অনুসৰি, উক্ত হেলিকপ্টাৰখন ৰাজধানী কাঠমাণ্ডুৰ পৰা এটা মৃতদেহ লৈ আহি আছিল। স্থানীয় প্ৰশাসনৰ মতে, হেলিকপ্টাৰখন এখন পথাৰত অৱতৰণ কৰিবলৈ চেষ্টা কৰি থাকোঁতেই আকস্মিকভাৱে ভাৰসাম্য…

আকৌ ভৱিষ্যদ্বাণী মুখ্যমন্ত্ৰীৰ : আন দুগৰাকী কংগ্ৰেছীও শীঘ্ৰে বিজেপিলৈ

📌 “স্বাভিমানী নেতাক বিজেপিলৈ অনা হ’ব” – মুখ্যমন্ত্ৰী 📌 “সময়ৰ লগে লগে ৰিপুন বৰা, দেৱব্ৰত শইকীয়াও আহিব বিজেপিলৈ” ৰাজ্যৰ ৰাজনীতি সন্দৰ্ভত পুনৰ এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। তেওঁ স্পষ্টকৈ কয় যে…