আকৌ ভৱিষ্যদ্বাণী মুখ্যমন্ত্ৰীৰ : আন দুগৰাকী কংগ্ৰেছীও শীঘ্ৰে বিজেপিলৈ
📌 “স্বাভিমানী নেতাক বিজেপিলৈ অনা হ’ব” – মুখ্যমন্ত্ৰী
📌 “সময়ৰ লগে লগে ৰিপুন বৰা, দেৱব্ৰত শইকীয়াও আহিব বিজেপিলৈ”
ৰাজ্যৰ ৰাজনীতি সন্দৰ্ভত পুনৰ এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। তেওঁ স্পষ্টকৈ কয় যে…