আজিৰ দিনটোৰ ৰাশিফল
আজি ১৮ মার্চ, চ’ত মাহৰ ৩ তাৰিখ
বুধবাৰ : তিথি–শুক্লা সপ্তমী, নক্ষত্র : কৃত্তিকা, যাত্রা : নাই
মেষ : পৰিশ্রম কৰিলে বহুত সমস্যা সমাধান হ’ব৷ ব্যক্তিগত কথা আনৰ আগত প্রকাশ কৰিলে ক্ষতি হ’ব৷ প্রেমৰ ক্ষেত্রত শুভ নহয়৷ শুভ ৰং সেউজীয়া৷
বৃষ : সাৱধানে…