নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা ঘোষণা

অৱশেষত আজি ঘোষণা কৰা হল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা। অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছত আজি সংবাদ মেলযোগে লুৰিণজ্যোতি গগৈয়ে আঠটা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰাৰ লগতে দুটা সমষ্টিৰ নাম আজি ঘোষণা কৰাৰ পৰা বিৰত থাকে। আজি ঘোষণা কৰা…

বিধানসভা নিৰ্বাচন : ইউপিপিএলে ঘোষণা কৰিলে সাতজনীয়া প্ৰাৰ্থী তালিকা

ডিজিটেল ডেস্ক, ১৭ মাৰ্চ : সমাগত বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যত ৰাজনৈতিক দলসমূহে তৎপৰতা অব্যাহত ৰখাৰ সমান্তৰালকৈ নিজৰ নিজৰ প্ৰাৰ্থী তালিকাও ঘোষণা কৰিছে। প্ৰধান বিৰোধী দল কংগ্ৰেছে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ লগতে ৰাইজৰ দলেও তেওঁলোকৰ…

চিন্নাস্বামী ষ্টেডিয়ামত হ’ব আইপিএলৰ মেচ, কর্ণাটক চৰকাৰৰ সেউজ সংকেত

ডিজিটেল ডেস্ক, ১৭ মার্চ : আইপিএলৰ ১৯সংখ্যক ছিজনৰ পূর্বে বৃহৎ সকাহ লাভ ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ৷ অৱশেষত কর্ণাটক চৰকাৰে এম চিন্নাস্বামী ষ্টেডিয়ামত খেল আয়োজনৰ অনুমতি প্রদান কৰিছে৷ দীর্ঘদিন ধৰি অনিশ্চয়তাৰ অন্তত আৰচিবিয়ে ঘৰুৱা ক্ষেত্রত…

শ্ৰীভূমিত আৰক্ষীৰ বৃহৎ সফলতা, ২ কোটি টকাৰ ড্ৰাগছসহ আটক ২

ডিজিটেল ডেস্ক, ১৭ মাৰ্চ : অসম আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানত শ্ৰীভূমি জিলাত এক বৃহৎ সফলতা। জিলাখনৰ দুখনকৈ পৃথক ঠাইত চলোৱা অভিযানত আৰক্ষীয়ে ২৬ হাজাৰ য়াবা টেবলেট জব্দ কৰাৰ লগতে দুজন অভিযুক্তক আটক কৰিছে। ​গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে…

মানকাচৰৰ ফকিৰঘাটত চাঞ্চল্য, CSCৰ মালিকৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ

মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত কাকৰীপাৰা ফকিৰঘাটৰ এটা CSC কেন্দ্ৰক কেন্দ্ৰ কৰি সহজ-সৰল লোকৰ একাউণ্টৰ পৰা কৌশলেৰে তথা জালিয়াতিৰে ধন উঠাই লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি, কাকৰীপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ডাকেৰ গাঁৱৰ…

গোলকীয় উষ্ণতা বৃদ্ধি, হোৰাহোৰে গলিছে বৰফৰ আচ্ছাদন

ডিজিটেল ডেস্ক, ১৭ মার্চ : পৃথিৱীত দিনটোৰ সময়ছোৱা দীঘলীয়া হৈছে৷ ইয়াৰ বাবে জগৰীয়া কৰা হৈছে গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিঘটনাক৷ জলবায়ু পৰিৱর্তনৰ ফলত যিদৰে মেৰু অঞ্চলত বৰফ গলিবলৈ ধৰিছে, তাৰ পৰিপ্রেক্ষিততেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি দাবী কৰিছে…

কাবুলৰ হাস্পতালত পাকিস্তানৰ ভয়ংকৰ বিমান আক্ৰমণ, ৪০০জন নিহত

ডিজিটেল ডেস্ক, ১৭ মাৰ্চ : কাবুলৰ এখন হাস্পতালত পাকিস্তানে ভয়ংকৰ বিমান আক্ৰমণ চলায়। তালিবান প্ৰশাসনৰ সূত্ৰ অনুসৰি, সোমবাৰে নিশা আফগানিস্তানৰ ৰাজধানীত ব্যাপক বিমান আক্ৰমণ সংঘটিত কৰে। এই আক্ৰমণত অন্ততঃ ৪০০জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা…

সম্পাদকীয় : নির্বাচনী ৰণডংকা বাজিল

আগন্তুক ৰঙালী বিহুৰ পূর্বে এটা পর্যায়তে ৯ এপ্রিলত অনুষ্ঠিত হ’ব ষষ্ঠদশ অসম বিধানসভাৰ নির্বাচন৷ দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে দেওবাৰে আবেলি সংবাদ মেলত অসমকে ধৰি দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নির্বাচনৰ কার্যসূচী ঘোষণা কৰে৷ অসম,…

১৭ মাৰ্চ : আজিৰ দিনটোৰ ৰাশিফল

আজি ১৭ মার্চ, চ’ত মাহৰ ২ তাৰিখ মঙলবাৰ : তিথি–কৃষ্ণা ত্রয়োদশী, নক্ষত্র : ধনিষ্ঠা, যাত্রা : মধ্যম মেষ : ভাবি–গুণী কামত আগুৱাওক৷ সহজতে আনৰ কথাক বিশ্বাস নকৰিব৷ ভুল সংবাদত অনুগামী হ’লে ক্ষতি৷ বিদ্যাত অৱশ্যে বেয়া নহ’ব৷ ব্যৱসায়–বাণিজ্যত মজলীয়া…

নিউয়ৰ্ক চুটি এনিমেছন মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’ৰ

ভাৰতীয় 'এনিমেচন' ছবিৰ বাবে আহিছে এক সুখবৰ। নিউয়ৰ্ক চুটি এনিমেচন মহোৎসৱত বিশিষ্ট লেখক, আন্তৰ্জাতিক সন্মানপ্ৰাপ্ত পৰিচালক, শীৰ্ষ আই পি এছ বিষয়া ড: পাৰ্থসাৰথি মহন্তই পৰিচালনা কৰা 'ছিমি' ছবিখনে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।…