ষষ্ঠ দিনা নাহৰকটীয়াৰ পৰা আৰম্ভ জন আশীৰ্বাদ যাত্ৰা, ৩০ সহস্ৰাধিক লোকে আদৰিলে মুখ্যমন্ত্ৰীক
ৰাজ্যজুৰি বিজেপি দলে আৰম্ভ কৰা জন আশীৰ্বাদ যাত্ৰাৰ ষষ্ঠ দিনা আজি ডিব্ৰুগড় জিলাৰ অধীনৰ তথা নাহৰকটীয়া বিধানসভা সমষ্টিৰ পৰা শুভাৰম্ভ কৰা হয়। এই উপলক্ষে পুৱা ১০ বজাত নাহৰকটীয়া নগাঁও তিনিআলিৰ পৰা শুভাৰম্ভ হোৱা এই জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰী…