নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলকাতাত ৪ দিনে আবদ্ধ ছুপাৰ ৮ৰ পৰা বাহিৰ হোৱা ৱেষ্ট ইণ্ডিজ ক্রিকেট দল

ডিজিটেল ডেস্ক, ৬ মার্চ : চলিত টি–২০ বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ ৪ দিন পিছতো স্বদেশলৈ ৰাওনা হ’ব পৰা নাই ৱেষ্ট ইণ্ডিজ ক্রিকেট দলটো৷ বিশ্বকাপৰ ছুপাৰ ৮ৰ পৰা বাহিৰ হোৱা কেৰেবিয়ান দলটো কলকাতাতে আবদ্ধ হৈ আছে৷ ইৰানৰ বিৰুদ্ধে ইজৰাইল আৰু আমেৰিকাৰ…

অগপ–বিপিএফৰে আসন বুজাবুজি সম্পূর্ণ বিজেপিৰ : ড০ শর্মা

ডিজিটেল ডেস্ক, ৬ মার্চ : সমাগত বিধানসভা নির্বাচনত একেলগে প্রতিদ্বন্দ্বিতা কৰাৰ বাবে সিদ্ধান্তত উপনীত হ’ল অগপ–বিজেপি–বিপিএফ৷ আনুষ্ঠানিকভাৱে বিজেপিৰ সৈতে আসন বুজাবুজি চূড়ান্ত হ’ল অগপ আৰু বিপিএফৰ৷ এই কথা স্পষ্ট কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত…

কার্বি পাহাৰত যুঁজাৰু বিমান ছুখয় দুর্ঘটনা, দুই পাইলটৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ৬ মার্চ : কার্বি আংলঙৰ চকীহোলাৰ ৰংখেলান গাঁৱৰ দুর্গম পাহাৰীয়া এলেকাত বৃহস্পতিবাৰে নিশা ভাৰতীয় বায়ুসেনাৰ এখন যুঁজাৰু বিমান ভূপতিত হোৱাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ নিশা গাঁওবাসীয়ে এটা বিকট শব্দ শুনিবলৈ পাই শব্দৰ উৎস বিচাৰি…

বিশ্বকাপৰ দেওবাৰৰ ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন ভাৰতৰ সন্মুখত নিউজিলেণ্ড

ডিজিটেল ডেস্ক, ৬ মার্চ : ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়াই চলিত টি–২০ বিশ্বকাপৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ এতিয়া দেওবাৰৰ হাইভল্টেজ ফাইনেল মেচখনত ডিফেণ্ডিং চেম্পিয়ন ভাৰতৰ সন্মুখত নিউজিলেণ্ড অৱতীৰ্ণ হ'ব। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত…

সম্পাদকীয় : বৰমতাৰ ফিতাহি

বৰমতা ধাৰণাটোৰ সৃষ্টি হয় নিজৰ প্রভুত্বৰ বিস্তৃতি আৰু গভীৰতাৰ অনুভৱৰ পৰা৷ ব্যক্তিগত বা ৰাজহুৱা জীৱনৰ উভয় ক্ষেত্রতে ই প্রযোজ্য৷ মধ্যযুগত নিজৰ এই ধাৰণাটোৰ বশৱৰ্তী হৈয়েই একোজন ৰজাই আন একোজন ৰজাৰ ৰাজ্যত আক্রমণ চলাইছিল৷ আক্রমণকাৰী ৰজাজন এই যুদ্ধত…

৬ মাৰ্চ : আজিৰ দিনটোৰ ৰাশিফল

আজি ৬ মার্চ, ফাগুন মাহৰ ২১ তাৰিখ শুকুৰবাৰ : তিথি–কৃষ্ণা তৃতীয়া, নক্ষত্র : হস্তা, যাত্রা : নাই মেষ : চাকৰিয়াল ব্যক্তিসকলৰ বাবে শুভ দিন৷ কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ৮৷ বৃষ :…

কাৰ্বি পাহাৰত যুদ্ধবিমান দুৰ্ঘটনাগ্ৰস্ত, ৰাডাৰৰে সংযোগ বিচ্ছিন্ন

ভাৰতীয় বায়ুসেনাৰ এখন যুঁজাৰু বিমান Sukhoi Su-30MKI হঠাতে নিখোজ হোৱা ঘটনাই উদ্বেগ সৃষ্টি কৰিছে। গুৱাহাটীস্থিত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ জনসংযোগ বিষয়া (PRO)য়ে জনোৱা অনুসৰি বিমানখনৰ সৈতে ৰাডাৰৰ সংযোগ হঠাতে বিচ্ছিন্ন হৈ পৰে। ৰাডাৰৰ সৈতে সংযোগ…

কাৰ্বি আংলঙত যুদ্ধবিমান দুৰ্ঘটনাগ্ৰস্ত

কাৰ্বি আংলং জিলাৰ চকীহোলা অঞ্চলৰ নিলিপ ব্লকৰ এটা দুৰ্গম পাহাৰীয়া এলেকাত বৃহস্পতিবাৰে সন্ধিয়া এখন যুদ্ধবিমান দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি সন্দেহ কৰা হৈছে। প্ৰাথমিক তথ্য অনুসৰি, যোৰহাটৰ পৰা উৰা মৰা Sukhoi Su-30MKI যুদ্ধবিমানখন হ’ব পাৰে বুলি আশংকা…

পশ্চিমবংগৰ ৰাজ্যপালৰ আকস্মিক পদত্যাগ

পশ্চিমবংগত আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক মহলত নতুন আলোড়ন সৃষ্টি হৈছে। ৰাজ্যখনৰ ৰাজ্যপাল চি ভি আনন্দ বোসে নিজৰ পদৰ পৰা পদত্যাগ কৰিছে বুলি জানিব পৰা গৈছে। ড° চি ভি আনন্দ বোসক ১৭ নৱেম্বৰ ২০২২ তাৰিখে পশ্চিম বংগৰ ৰাজ্যপাল হিচাপে…

ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল : তামুলপুৰত প্ৰমোদ বড়োক উষ্ম আদৰণি

বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৰাজ্যসভাৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতেই আজি তামুলপুৰ জিলা ইউপিপিএল কাৰ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। মনোনয়ন দাখিল কৰি প্ৰথমবাৰৰ বাবে কাৰ্যালয়ত উপস্থিত হোৱা বড়োক দলীয় কৰ্মীসকলে ফুলৰ…