নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল : তামুলপুৰত প্ৰমোদ বড়োক উষ্ম আদৰণি

বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৰাজ্যসভাৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতেই আজি তামুলপুৰ জিলা ইউপিপিএল কাৰ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। মনোনয়ন দাখিল কৰি প্ৰথমবাৰৰ বাবে কাৰ্যালয়ত উপস্থিত হোৱা বড়োক দলীয় কৰ্মীসকলে ফুলৰ…

ডিব্ৰুগড়ৰ ৰে’লৱে কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড

উত্তৰ পূবোৰ্ত্তৰ প্ৰথমটো যান্ত্ৰিক ৰে'লৱে কাৰখানাত আজি ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। ডিব্ৰুগড় কদমনিস্থিত ৰে'লৱে কাৰখানাটোত সংঘটিত হোৱা অগ্নিকাণ্ডটোক লৈ আতংকিত হৈ পৰে সমগ্ৰ অঞ্চলটোত। আজি বিয়লিৰ ভাগত অকস্মাতে ৰে'লৱে কাৰখানাটোৰ এটা ষ্টোৰত…

৯ মাৰ্চত টিহু সমষ্টিত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা

সমাগত বিধানসভা নিৰ্বাচনক লৈ ক্ৰমাৎ তৎপৰতা বৃদ্ধি পাইছে নলবাৰী জিলাৰ নৱগঠিত ৪০নং টিহু বিধানসভা সমষ্টিত। সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ পিছত পূৰ্বৰ ধৰ্মপুৰ, বৰমা আৰু পাটাছাৰকুছি সমষ্টিৰ পৰা নতুনকৈ গঠন হৈছে টিহু বিধানসভা সমষ্টি। কেইবাটাও কাৰণৰ বাবে…

অগপমুখী তিনি AIUDF বিধায়ক, শীঘ্ৰেই আনুষ্ঠানিক যোগদান

এইবাৰ তিনি AIUDF বিধায়কে যোগ দিব অসম গণ পৰিষদত। ইতিমধ্যে AIUDF ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে বিধায়ক কৰিম উদ্দিন বৰভূঞাই। দল এৰিব AIUDFৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ, নিজামুদ্দিন চৌধুৰীয়ে। অসম গণ পৰিষদলৈ আহিব কংগ্ৰেছী বিধায়ক…

ধেমাজিত জনসমুদ্ৰত পৰিণত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসম ৰাজ্যিক বিজেপিয়ে ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে অসমবাসীৰ পৰা শুভেচ্ছা, আশিস গ্ৰহণ কৰাৰ অৰ্থে উলিওৱা জন আৰ্শীবাদ যাত্ৰাৰ আজিৰ চতুৰ্থ দিনা ধেমাজি জিলাৰ দুৱাৰমুখস্বৰুপ গোগামুখত ভৰি দিয়াৰ লগে লগেই…

ৰাজ্যসভা নিৰ্বাচনত অস্তিত্বহীন বিৰোধীক কটাক্ষ ৰাজ্যিক বিজেপিৰ

"কাৰ্যতঃ বিৰোধীশূন্য হৈ পৰিছে অসমৰ ৰাজনীতি। বিৰোধী ৰাজনৈতিক দলৰ মিত্ৰতাৰ প্ৰসংগ এতিয়া সংবাদ মাধ্যমত চর্চা হোৱা বিষয়হে কেৱল। প্ৰকৃততে অসমৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত কোনো ৰাজনৈতিক মিত্ৰতা বা ৰাজনৈতিক সহমত নাই। এই কথাটো আজি পুনৰবাৰ স্পষ্ট…

আজিও হিচাপ দাখিল নহ’ল সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ

সাহিত্য চৰ্চাতকৈ অন্য বিতৰ্কিত কামৰ দ্বাৰাহে সদায় বাতৰিৰ শিৰোনাম দখল কৰি অহা অসম সাহিত্য সভাৰ এবছৰ পূৰ্বে পাঠশালাত অনুষ্ঠিত সপ্তসপ্ততিতম অধিৱেশনৰ আজি পৰ্যন্ত কোনো হিচাপেই ৰাজহুৱা নোহোৱাত বজালীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে…

হাজোত পুঠিমাৰী নৈত সন্ধানহীন তিনি যুৱকৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল ডেস্ক, ৫ মাৰ্চ : ফাকুৱাৰ আনন্দ-উল্লাসৰ মাজতে তীৰ্থনগৰী হাজোত কালি সংঘটিত হৈছিল এক শোকাৱহ ঘটনা। ফাকুৱা খেলি ভোজ-ভাতৰ আয়োজন কৰি পুঠিমাৰী নৈত গা ধুবলৈ নামি সন্ধানহীন হৈ পৰিছিল তিনি বন্ধু। তিনি যুৱকৰ সন্ধানত পুঠিমাৰী নৈৰ বুকুত নামি…

ৰাজ্যসভালৈ নীতিশ : বিহাৰৰ মুখ্যমন্ত্ৰীৰ আসনত JDU নে BJP

বিহাৰত বিজেপিৰ মুখ্যমন্ত্ৰী হোৱাটো প্ৰায় নিশ্চিত বুলি ৰাজনৈতিক মহলত আলোচনা চলিছে। নতুন চৰকাৰ গঠন সন্দৰ্ভত অমিত শ্বাহ আৰু নীতিশ কুমাৰৰ মাজত বিস্তৃত আলোচনা হোৱা বুলি জানিব পৰা গৈছে। এই সময়তে সূত্ৰসমূহে জনোৱা মতে নীতিশ কুমাৰে তৎক্ষণাৎ…

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল নীতিশ কুমাৰৰ

ডিজিটেল ডেস্ক, ৫ মাৰ্চ : ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত বিহাৰৰ ১০বাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বৃহস্পতিবাৰে ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল…