প্ৰাক্তন পত্নী-পুত্রক ৪ কোটি টকাৰ গাড়ী উপহাৰ হার্দিকৰ
নিউজ ডেস্ক, ২৪ ফেব্রুৱাৰী : সম্প্রতি মাহিকা শর্মাৰ প্রেমত হাবুডুবু টীম ইণ্ডিয়াৰ অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়া৷ হার্দিকে চলিত টি–২০ বিশ্বকাপৰ সময়তো মাহিকাক নিজৰ লগত ৰাখিছে৷ প্রায় প্রতিদিনে তেওঁলোকৰ নতুন নতুন ছবি ছ’চিয়েল মিডিয়াত আপলোড হৈছে৷…