চাপৰত যাত্ৰীবাহী বাছৰ দৌৰাত্ম্য : স্কুলীয়া ছাত্ৰীৰ কৰুণ মৃত্যু
চাপৰ থানাৰ অন্তৰ্গত বহলপুৰত পুনৰ যাত্ৰীবাহী বাছৰ দৌৰাত্ম্যত এজনী স্কুলীয়া ছাত্ৰীৰ কৰুণ মৃত্যুৰ ঘটনা সংঘটিত হৈছে।
যোৱা ২০ ফেব্ৰুৱাৰী তাৰিখে বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত বহলপুৰৰ তটপাৰাস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী বাছে খুন্দা…