গিবন অভয়াৰণ্যত বিদ্যুৎস্পৃষ্ট হৈ গিবনৰ মৃত্যু
গিবন অভয়াৰণ্যত এক শোকাৱহ ঘটনাত এটা প্ৰাপ্তবয়স্ক মতা গিবনৰ মৃত্যু হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, এজোপা গছৰ পৰা আন এজোপা গছলৈ জঁপিয়াই ৰে’লৰ আলি অতিক্ৰম কৰাৰ সময়তে গিবনটো ২৫ হাজাৰ ভল্টেজ বিদ্যুৎ প্ৰবাহিত ৰে’ললাইনৰ ওপৰৰ তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট…